Chiha Gogoi

সদৌ অসমবাসী ৰাইজলৈ মই চিহা গগৈয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই চেনেলৰ জৰিয়তে মই মোৰ সুপ্ত প্ৰতিভা বোৰ আপোনালোকৰ আগত প্ৰকাশ কৰিব খোজিছো লগতে অসমৰ সকলোৰে প্ৰতিভা বিকাশৰ বাবে এই চেনেলটি আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে। এই চেনেলত কৌতুক, খেল- ধেমালি,অভিনয়,দেশৰ বা -বাতৰি, ব্লক ভিডিঅ ইত্যাদি বিষয়সমূহৰ ওপৰত ভিডিঅ দিও। আপোনাৰ কিবা অভিজ্ঞতা আছে যদি মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু কাৰোবাৰ ব্যৱসায় বানিজ্যৰ এডভাৰতাইজ দিয়ে যদি মোৰ লগত যোগাযোগ কৰিব পাৰিব।