AparupaTV অপৰূপা টিভি

AparupaTv ত গুৰুত্বপূৰ্ণ বা-বাতৰি আৰু পৰিয়ালৰ সকলোকে আনন্দৰ সোৱাদ দিবপৰাকৈ বিভিন্ন কৌতুক, পৰিয়াল কেন্দ্ৰীক ধাৰাবাহিক, অসমীয়া কথাছবি, টেলিফিল্ম, নৃত্য ভিত্তিক ধাৰাবাহিক, ভিচিডি, চিত্ৰ সংগীত, অসমীয়াকে ধৰি বিভিন্ন ভাষাৰ গীত আৰু নৃত্য , আলেখ্য, তথ্য চিত্ৰ, ছাত্ৰ-ছাত্ৰী উপকৃত হব পৰা বিভিন্ন আলোচনা, কিছুমান বিশেষ ব্যাক্তিৰ সাক্ষাত গ্ৰহণ আদি দেখিবলৈ পাব । এই চেনেলটোত আপুনিও আপোনাৰ যিকোনো ( প্ৰচাৰৰ উপযোগী ) ভিডিঅ প্ৰচাৰ কৰাৰ বাবে আমালৈ পঠিয়াব পাৰে ।
YouTube Channel "Aparupa TV" চেনেলটোক আপুনি সদায় ওচৰত পাবলৈ আৰু সকলোতকৈ আগে পাবলৈ চেনেলটোক লাইক আৰু চাবছক্ৰাইব কৰি ঘান্টিটো বজাই দিয়ক । আপোনাৰ সহায়-সহযোগিতা আমাৰ চিৰকাম্য । ৰঙিয়াৰ পৰা মাহিন্দ্ৰী চিনে প্ৰডাকচন, অঞ্জলী চিনে প্ৰডাকচন, আটলাণ্টা চিনে প্ৰডাকচন লগতে অসমৰ বিভিন্ন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত সকলো ধাৰাবাহিক আৰু কথা ছবি সমূহ এই চেনেলটোত দেখিবলৈ পাব ।
Prince Kashyap, Managing Director & Editor, AparupaTv.
Mobile Number- 8135819868, 8638222515
Email: [email protected]

https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL