Махалакшми Айер – тема

মহালক্ষ্মী আয়াৰ এগৰাকী ভাৰতীয় গায়িকা। তেওঁ হিন্দী, তামিল, তেলেগু, মাৰাঠী, বঙালী, গুজৰাটী, কন্নড় আৰু অসমীয়া আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।