30T 4

📺 চেনেলৰ নাম: [ 30T4 ]
🎤 বৰ্ণনা:
🙏“নমস্কাৰ অসম!” — আমি লৈ আহিছোঁ প্ৰতিদিনৰ তাজা খবৰ, দেশ-বিদেশৰ ঘটনাবলী, ৰাজনীতিৰ পৰা খেল-ধেমালি, বিনোদন, সমাজ আৰু জনতাৰ স্বৰ!
আমাৰ উদ্দেশ্য — সত্য কথা আপোনালৈ পঠোৱা।

🔹 তাজা খবৰ
🔹 ব্ৰেকিং নিউজ
🔹 বিশেষ প্ৰতিবেদন
🔹 অসমীয়া জনতাৰ কণ্ঠ

“খবৰ পোৱা আৰু জনোৱা — এইয়ে আমাৰ কৰ্তব্য।”
👉 Subscribe কৰক, bell icon টো টিপি ৰাখক — কাৰণ প্ৰতিটো খবৰেই গুৰুত্বপূর্ণ!


👉 জয় আই অসম 💪
👉 জয় জুবিন দা ❤️