DEBOS VLOG

উত্তৰ পূৱ ভাৰতৰ মেঘালয় অৰুণাচল কে আদি কৰি কিমানখন ভাল ঠাই আছে মোৰ VLOGGING ৰ জৰিয়তে ভাল দৰে উপস্থাপন কৰিব মন | আমি অসমৰ বাহিৰত ফুৰিব যাব খোজোঁ কিন্তু অসমতে যে ইমান ধুনীয়া প্ৰাকৃতিক সন্দ্যজ্য আছে আমি মন নকৰোঁ |VLOGGINGৰ প্ৰতি মোৰ এটা সপোন আছিল। পৃথিৱীৰ সকলো দেশ ঘূৰি মোৰ নিজৰ ভাষাত VLOG বনাই আপোনালোকৰ আগত উপস্থাপন কৰা | মাতৃভাষাত VLOG কৰি অসমৰ ৰাইজৰ মন জয় কৰা

If Any People Interest To Give Money

Google Pay UPI I'd :-
deboprasadsaikia1000-1@okaxis

Paypal :- https://www.paypal.me/debapxaaikia

Email I'd-
[email protected]

Instagram- Debosvlog