INDRADHANU Assam NE · 2M Views · 24 hours ago
ইন্দ্ৰধনু অসম নৰ্থ ইষ্টএটি তথ্য-মনোৰঞ্জনধৰ্মী ইউটিউব চেনেল ৷ এই চেনেলটোত ভক্তিমাৰ্গ, কলা-সংস্কৃতি-ক্ৰীড়া-সাহিত্য বিষয়ক ভিডিঅ'ৰ লগতে অন্যান্য দিশৰো ভিডিঅ'সমূহ প্ৰচাৰ কৰা হয়৷ সাম্প্ৰতিক সময়ৰ ঘটনাৱলী (কলা-সংস্কৃতি বিষয়ক) সম্পৰ্কতো আলোকপাত কৰিবলৈ চেষ্টা কৰা হয়৷ লগতে সুপ্ত প্ৰতিভাসমূহকো এই চেনেলটোৰ জৰয়তে তুলি ধৰিবলৈ প্ৰয়াস কৰা হয়৷ লগতে আপোনাৰ অঞ্চলৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান, ভাওনা, ভাগৱত, দিহানাম আদি অনুষ্ঠান প্ৰচাৰৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰিব৷
আপোনাৰ ভিডিঅ' আমাৰ চেনেলত প্ৰচাৰ কৰিবৰ বাবে যোগাযোগ কৰক এই নম্বৰতঃ
7002065620 (Only Whatsapp)
লগতে যিকোনো ধৰণৰ ব্যৱসায়িক বিজ্ঞাপনৰ বাবেও যোগাযোগ কৰিব পাৰিব ৷
For Sponsorship and Business enquiry, please mail us:
[email protected]
or DM @7002065620
চকুৰে দেখা নাপায়, অথচ এখন নাটক মঞ্চত পৰিৱেশন কৰি দেখুৱালে। দৰ্শক অবাক। আপুনিও চাওক
সুযোগ-সুবিধা পালে বহুতেই দুৰ্নীতি কৰিব। ড০ প্ৰদ্যুম্ন গোস্বামীৰ কথাই তুলিছে তীব্ৰ জোকাৰণি#viraltalk
আইঐ দেহী! ইমান মৰম লগা শিশু কৃষ্ণটি । মঞ্চলৈ আহি কি কি কৰিলে চাওকচোন। #lordkrishna #littlekrishna
ৰাম পৰাজয়। তৃতীয় শ্ৰেষ্ঠ দল। নাটঘৰ ডিমৌ। সদৌ অসম ভাওনা সমাৰোহ ২০২৫- ধিতাইপুখুৰী।
মানুহৰ মাজৰ পৰা ধুনীয়া ধুনীয়া গোপীসকল কিদৰে ওলাই আহিল চাওক। শিৱসাগৰ ধিতাইপুখুৰীৰ ৰাস #rakhleela
ধৰ্মৰ নামত ভণ্ডামি কৰা এচামৰ মুখা খুলি দিছে ড০ প্ৰদ্যুম্ন গোস্বামীয়ে। চাওক, শুনক আৰু মন্তব্য দিয়ক
নন্দৰ ৰূপত ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই। ধিতাইপুখুৰীৰ ৰাসত বিধায়কক চাবলৈ হাজাৰ হাজাৰ মানুহ
ল'ৰা নে ছোৱালী চিনিব পাৰিছে নে। চাওক, কমেন্ট কৰক আৰু উপহাৰ পাওক। ৰতিদেৱী আৰু কামদেৱৰ কাহিনী। #bhauna
শকুনিৰ এনে আচৰিত অভিনয় আগতে ক'ৰবাত দেখিছেনে? ধিতাইপুখুৰী ভাওনা প্ৰতিযোগিতা #bhauna
পেটৰ নাড়ী-ভুৰু ডাল ডাল কৰি দিয়া কমেডি চাওক। ৰজক-ৰজকিনী। ৰাম-পৰাজয়। নাটঘৰ-ডিমৌ #bhauna
কণমানি দুটাৰ সুন্দৰ প্ৰৱেশ আৰু অভিনয় চাওকচোন কেনে সুন্দৰ। লৱ-কুশ। ৰাম পৰাজয় । নাটঘৰ-ডিমৌ #bhauna
Social Media ক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা পূৰ্ণ এখন তৰ্ক প্ৰতিযোগিতা। ধিং মহাবিদ্যালয় #debateshow
কালকেতু-কংস আৰু অসুৰসকলে মঞ্চ কঁপাই দিলে। এনে দুৰ্দান্ত আৰু ক'ত দেখিছে, কমেন্ট কৰিব। #rakhleela
জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ ৰাসলীলাঃ পুতনা বধৰ পৰা কালীয় দমনলৈ। সুন্দৰ দৃশ্যাংশ। #rakhleela
পুতনা-বকাসুৰ-অঘাসুৰ-ধেনুকাসুৰ আদি বধৰ পৰা কালীয় দমনলৈ। শিশু কৃষ্ণ লগতে মৰমলগা গোপবালক সকল চাওক
এই মহাৰাস নাচালে আক্ষেপ থাকি যাব। অন্যতম শ্ৰেষ্ঠ মহাৰাস। কি পালে বিশেষ, কমেন্ট কৰক। #rakhleela
গাৰ কাপোৰ খুলি থৈ গোপীসকলে গা-ধোৱাৰ দৃশ্য কিদৰে দেখুৱালে চাওক। ডিমৌ ৰাস-২০২৫ #rakhleela
কাৰাগাৰত দৈৱকীৰ প্ৰসৱ বেদনা! কৃষ্ণৰ জন্ম কেনেকৈ হ'ল চাওক। কংসই মূৰত পানী কিয় ঢালিলে। সাংঘাতিক দৃশ্য
কংস-দৈৱকীৰ দুৰ্দান্ত অভিনয় চাওক। কংসৰ ভাৱত অংকুৰ শইকীয়া। ডিমৌ ৰাস মহোৎসৱ ২০২৫
যমুনাৰ ঘাটত গোপীসকলৰ এক সুন্দৰ দৃশ্য । জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ ৰাসলীলা।
শিৱসাগৰত ৫০০০ লোকে একেলগে গালে মানুহে মানুহৰ বাবে #bhupenhazarikasong #justiceforzubeengarg
Fashion show by J&A Creations #rampwalk #rampshow #fashionshow #traditional #beautifulgirl
চাহ বাগিচাৰ মালিকৰ মাটিবোৰ হেনো চাহ শ্ৰমিকক বিলাই দিব হিমন্ত মামাই। #justiceforzubeengarg
ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অখিল গগৈৰ হাতত নতুন তথ্য। #justiceforzubeengarg
শিৱসাগৰত ৫০ গৰাকী শিল্পীয়ে বাঁহীৰ সুৰত লহৰ তুলিলে মায়াবিনী ৰাতিৰ বুকুত। জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ
জুবিনদাৰ মৃত্যু প্ৰসংগত জুনিয়ৰ জুবিনখ্যাত মাধৱ বৰাই শিৱসাগৰত কি ক'লে। madhab borah at sivasagar
১ মিলিয়ন পাৰ হৈ গ'ল । কিন্তু কি হয় এই #hastag আন্দোলন? কি হ'ব ফলাফল? #justiceforzubeengarg
দিহানাম প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ হৰিপ্ৰিয়া দিহানাম দল। আয়োজকঃ ৰংপুৰ মহিলা দল#dihanamcompetition
ম'হ এটাৰ বাবেই কিয় শিৱসাগৰলৈ আহিছিল জুবিন গাৰ্গ। আধৰুৱা হৈ ৰোৱা এটা কাহিনী। #zubeengarg
বিয়ানাম প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰা নুপূৰ বিয়ানাম দল। জ্যোস্নাৰাণী হাজৰিকাৰ কণ্ঠ শুনক।