Runjun Saikia
Tat haal aru lifestyle videos.
ৰাম সীতাৰ অতিকৈ হৃদয় স্পৰ্শিয় দৃশ্য 🙏
"স্যামন্তক উদ্ধাৰ মায়াৱতীৰ মুক্তি লাভ" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ধিতাই পুখুৰী, শিৱসাগৰ 🙏
"শ্ৰীকৃষ্ণ প্ৰতিজ্ঞা ভংগ, ভিষ্মৰ শৰশয্যা" ভাওনা খনৰ কিছু অংশ 🙏
বৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান assamese wedding 🌹👍🏼
"ৰাম পৰাজয় সীতাৰ পাতাল গমন" ভাওনা খনৰ কিছু অংশ আগবঢ়ালো প্ৰতিযোগি দল লখুৱাখনা ,চেলেংহাট , যোৰহাট 🙏
আমাৰ ঘৰৰ ওচৰতে হৈ যোৱা কাজ খন আপোনালোকলৈ আগবঢ়ালো 🙏🪔
"জন্মেজয়ৰ সৰ্পমেধ যজ্ঞ, কলিৰ পৰাভৱ লাভ "ভাওনাৰ কিছু অংশ আগবঢ়ায়ছো ,🙏 দলটি আহিছিল ৰৰৈয়া(যোৰহাট)
শ্ৰীমতী ভাগ্যশ্ৰী দেৱীৰ সুন্দৰ কণ্ঠত অন্য এটি দিহা নাম আহক সকলোৱে একেলগে উপভোগ কৰো 🙏🏼
বৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান আপোনালোকলৈ আগবঢ়ালো#🙏💜💜
শ্ৰীমতী ভাগ্যশ্ৰী দেৱীৰ কণ্ঠদান কৰা সুন্দৰ দিহা নাম সকলোৱে একে লগে উপভোগ কৰো আহক 🙏
এখন অসমীয়া বিয়া পানী তুলাৰ পৰা দৰা কইনা হুমৰ গুৰিত বহা লৈকে assamese wedding 🌹🙏👍🏼
অসমীয়া বিয়াৰ জোৰোণ #assamese wedding 🙏❤️❤️
দুলীয়াজান কেন্দ্ৰীয় নাম ঘৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ ৰূপালী জয়ন্তী অনুষ্ঠান 🙏
সোণ গুটি ভৰি থকা আঘোনৰ পথাৰখন চাওঁ আহক 👍👍
সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ অতিথি আপ্ৰায়নৰ বাবে আইসকলে মিঠৈ বনাইছে 🙏🙏
Рецепт капусты 😋
ড°বসন্ত খনিকৰ ,দিগন্ত খনিকৰ ,পবিত্ৰ খনিকৰ (পুত্ৰ)বিজুমণি খনিকৰ বড়া (জী)মাতৃৰ আদ্য শ্ৰাদ্ধ 🙏
Давайте посмотрим, что появилось в сети 👍
দুপৰীয়া ভাত সাজঁ share কৰিছো 😋😋😋
Дом имени Джорхата Барбета 🙏
তিনি মিনিটৰ ভিডিঅ টি সম্পূৰ্ণ কৈ চাব আৰু শেষৰ ফালে সুন্দৰকৈ উপভোগ কৰিব 🙏
দুলীয়াজান কেন্দ্ৰীয় নাম ঘৰৰ এগৰাকী জেস্ঠা আই পুণ্যপ্ৰভা খণিকৰ দেহাৱসান 🙏🪔
এভাগী সুন্দৰ দিহা নাম আগ ধৰিছে ৰুণুমণি বৰুৱা স্হান: দুলীয়াজান কেন্দ্ৰীয় নাম ঘৰ 🙏🙏
Что появилось в сети утром 👍
Я собираюсь зажечь фонарь на празднике Байраги Баба Тан в Шадии 🙏
গা বেয়া হলে খাবলৈ মন যোৱা এবিধ আঞ্জা 😋
দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ( ভবেন কলিতা )নামাচাৰ্য প্ৰভু জনাৰ পৃতিৰ বছেৰেকীয়া সকামৰ এভাগী পাঠ🙏
' নৃসিংহ মুৰাৰী ভাওনা ' আগবঢ়ায়ছিল মিন্টু শইকীৰ পৰিয়ালবৰ্গই স্হান মেৰবিল মাজুলী 🙏( দুলীয়াজান )
দুলীয়াজান কেন্দ্ৰিয় নামঘৰৰ (ভবেন কলিতা) নামাচাৰ্য প্ৰভু জনাৰ পৃতিৰ বছেৰেকীয়া সকামৰ এভাগী নাম 🙏
কাজত মৃতকৰ সদ্গতি কামনা কৰি এভাগী দিহা নাম আগবঢ়ায়ছিল সেই নামভাগী মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো 🙏