GKD Gopal krishna
নমস্কাৰ বন্ধু-বান্ধবীসকল মোৰ নাম Gopal krishna Das,By professionally মই এজন শিক্ষক । মোৰ channelত আপোনালোকৰ বাবে কেতিয়াবা অসমৰ কোনো বিখ্যাত-অখ্যাত ঠাইৰ travelling video আগবঢ়াম। কেতিয়াবা Motivational video, কেতিয়াবা interview video কেতিয়াবা recent trendৰ video আগবঢ়াই যাম।আপোনাসবক videoৰ জৰিয়তে কিছু সহায় কৰিবলৈ প্ৰয়াস কৰি যাম। যদি মোৰ vdo চাই উপকৃত হোৱা বুলি অনুভৱ কৰে তেন্তে এনে vdo সদায় চাই থাকিবলৈ মোৰ channel টো Subscribe কৰক। আপোনালোকে subscribe কৰি channel টো ডাঙৰ কৰিলে ভাল কাম কৰিবলৈ প্ৰেৰণা পাম।
Thank you
জয় আই অসম
with love
Gopal krishna.
You can add n follow me on facebook: type Gopal krishnagkd
APSC ৰ CCE পৰীক্ষাত উত্তীৰ্ণ Ihsanul Hussainৰ সফলতাৰ কাহিনী//Meet Ihsanul hussain//APSC 2022
My sons Anna prasan// দেহামানোৰ অন্নপ্ৰাসনৰ raw video
husari bihu//আমাৰ ঘৰত হঠাৎ আহি পালে কণমানি বিহুদল এটা, কি সুন্দৰ নাচিলে চাওকচোন
HSLCৰ উত্তৰবহী কেনেকৈ check কৰে//How Answer script of HSLC is checked
মোৰ নতুন ঘৰখন// আমাৰ জীৱনলৈ Mistu আহিল//My h ome tour-gkd Gopal krishna
আমাৰ বিদ্যালয়ত saraswati puja এনেকৈ পতা হয়// saraswati puja vlog in our ghagua high school
Tiwa sangha adhibeshan 2021- তিৱা জনজাতিৰ থলুৱা খাদ্য সম্ভাৰবোৰ
Hajo pancha tirtha লৈ ছাত্ৰ ছাত্ৰীৰ লগত গলো Haigrib madhab mondir আৰু sri sri kedar temple
Republic day 2021 এনেকৈ পালন কৰিলো
Jonbeel mela 2021- ঐতিহাসিক জোনবিল মেলাৰ বিনিময় প্ৰথা আৰু তিৱা খাদ্য সম্ভাৰ
Ahatguri mohor juj চাবলৈ যাও বলক // gkd Gopal krishna
APSC 94th(ACS) rank holder Dharitri kakati amphi's success story // gkd Gopal krishna
APSC 49th Rank holder Dr ila boniaৰ সফলতাৰ আৰৰ কাহিনী -কি পঢ়িছিল, কেনেকৈ পঢ়িছিল সকলো এই ভিডিঅত
ঐতিহাসিক মধ্য অসমৰ তিৱা বীৰ জোঙাল বলহু গড়ত // Jungal Balahu garh vlog
Morigaon baidyabori weekly market
ৰামানুজন জুনিয়ৰ কলেজৰ সফলতাৰ মূলমন্ত্ৰ 3টা -success story of ramanujan junior college
আকৌ এজন অসমীয়া যুৱকক মৰিয়াই মৰিয়াই হত্যা ।। Justice for Debashish gogoi
এটা সাধাৰণ কথা কাৰণে হাজোত এজন অসমীয়াক মৰিয়াই মৰিয়াই হত্যা কৰিলে // Justice for Sanatan Deka
মোৰ পাপাই গাহৰি কাটে- তাতে হাঁহিবলৈ কি আছে ।। Gahari বিতৰ্ক DY bihurani
বৈবাহিক জীৱনত অশান্তিৰ 9টা কাৰণ // 9 reasons of marriage failure// how to deal with relationships
Majuliৰ seleng বিতৰ্ক আৰু facebookত saitya ranjan borahৰ এটা বিতৰ্কিত পষ্ট
উৰাবাতৰি আৰু আপোনাৰ দায়িত্ব ।। dont believe in rumours // be safe from fake news
Narendra Modiৰ নতুন আদেশ Janata curfew// janata curfew কি?কিয় পালন কৰিব লাগে? ইয়াৰ পৰা কি লাভ হব?
Corona virusৰ পৰা বাছি থকাৰ 6টা উপায় // corona virus prevention in Assamese
Akhil gogoiক হত্যাৰ ষড়যন্ত্ৰ কাৰ //reality of akhil gogoi arrest //দল সংগঠন সমূহলৈ এটা massage
এখন আচৰিত বিয়া 500 যোৰা দৰা কইনা একেলগে এখন মণ্ডপত ।। Assamese wedding video
এই কেইটা কথা জানিলে আপোনাৰ ছোৱালী সদায় সুৰক্ষিত ।। A very important video for parents by Gkd
Mercy boraৰ স্বামী গ্ৰেপ্তাৰ,আৰক্ষীয়ে আত্মহত্যাৰ নতুন ক্লূ পালে,দহ বছৰ পৰ্য্যন্ত জেল হব পাৰে স্বামীৰ
Gungun Das viral videoৰ ওপৰত দুটামান কথা // ছোৱালী বোৰে এইকেইটা কথা নাজানিলে বিপদ হব
Coronavirusৰ ঔষধ মাত্ৰ 5 টকাত কত পাব vdoটিত চাওক ।। corona virus medicine