Homoy
Email : [email protected]
Project Hunor Axom (Project Golden Assam)
Trying to build houses for needy people
Animal Rescue & Treatment
Free Health Camp & Medicines
Free Education for children
С сегодняшнего дня этой одинокой бабушке не придется жить в плохом доме.
Эта улыбка на его лице удваивает энтузиазм в работе. Это 46-й дом в проекте «Сонар Ассам».
দহবছৰ ধৰি চকুৰে দেখা নাপাই, অকলশৰে একোটা কোঠালীতে এটা চুকতেই নিজৰ জীৱন পাৰ কৰি আছে এগৰাকী আইতাই।
আজি নতুন ঘৰখন আৰু দোকানৰ বস্তুবোৰ পাই ককাৰ মুখত যি হাহিঁ দেখা পালো সেই হাহিঁয়ে বহু কথাই কৈ গ'ল।
বেলুন ফুটাব পাই আইতাৰ মুখত যি হাঁহি দেখা পালো দেখি মনটো খুবেই ভাল লাগিল।
Наш первый овощной магазин — это новое начало
ককা-আইতাসকলে দোকানে-দোকানে মাত্ৰ চাউল দুটামান আৰু পইচা কেইটকামান পাও নেকি বুলি ফুৰা দেখা পাওঁ
ককাজনক দেখি আমি সকলোৱে দুখ কৰিছিলো আজি তেখেতৰ বাবে কেইটামান সমাধান ভাবি কাম কিছুমান আৰম্ভ কৰা হ'ল।
ককাজনে খৰি বিক্ৰী কৰি থকা ভাবিছিলো কথা পাতি গম পালো তেখেতে অকলশৰেই বহুত কষ্টৰে নিজৰ জীৱন পাৰ কৰি আছে
Это наш дом номер 44, и отныне все построенные дома будут посвящены Зубину.
Эти малыши теперь одни, без обоих родителей. Когда я услышала слова детей, у меня навернулись слёзы.
Нет необходимости поддерживать идеалы Зубина.
মাকে হাজিৰা কৰি ঘৰখন চলাইছে আৰু ১৭ বছৰীয়া লৰাটোৱে যোগালি কৰি ভনীয়েকো চোৱাচিতা কৰিছে।
৮০ বছৰীয়া এই আইতাগৰাকীয়ে অকলশৰীয়াকৈ ঢাৰি বৈ নিজৰ জীৱন পাৰ কৰি আছে।
গৰু আৰু ছাগলী একেলগত থকা ককাজনে নতুন ঘৰ এখন পালে।
ৰমণে জীৱনৰ নতুন আৰম্ভণি কৰিবলৈ গৈ আছে।
এহাল ককা-আইতাই তিৰপালেৰে ঢাকি ৰখা ঘৰ এখনত বহুবছৰ ধৰি নিজৰ জীৱন পাৰ কৰি আছে।
দুয়োজনেই কৰ্কট ৰোগত ভুগি আছিল আৰু কণমানিজনীয়ে কান্দি-কান্দি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰিছিল
ৰমনহেতৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লোৱা হ'ল।
একেৰাহে ৭ দিন ধৰি ১৮ বছৰীয়া পূৰ্ণিমা নামৰ ছোৱালীজনীৰ চিকিৎসা চলি আছে।
ৰমন তেৰণৰ চিকিৎসাৰ আৰম্ভণি কৰা হ'ল। আজি কণমানিটোৰ মুখত হাহিঁ দেখা পাইছো দেখি খুবেই ভাল লাগিল।
নিজৰেই বেমাৰ তথাপিও ভায়েক দুটিৰ পঢ়াশুনাৰ লগতে ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে এই ল'ৰাটিয়ে
আইতাই বহুবছৰ ধৰি অকলশৰেই নিজৰ জীৱন পাৰ কৰি আছে। স্বামীক হেৰুৱা পাছত নিজৰ একমাত্ৰ পুত্ৰকো হেৰুৱালে।
পল্লবীহেতৰ পৰিয়ালটোৰ বাবে দোকান এখন সাজি দিয়াৰ কথা আছিল আৰু সেইমতেই দোকানখন সাজি সম্পূৰ্ণ হৈ গ'ল।
৭৫ বছৰীয়া ককা এজনে অকলশৰেই এটা কোঠালীৰ ঘৰ এখনত থাকে য'ত মানুহ,গৰু আৰু ছাগলী একেলগেই থাকে।
আইতাৰ মুখৰ হাঁহিটি দেখি মনত খুবেই শান্তি পালো আৰু সম্পূৰ্ণ হৈ গ'ল ৪২ নম্বৰ ঘৰখন। House no. 42
১০০ বছৰীয়া আইতা এগৰাকীয়ে পালে ২৬ কেজি চাউল।
প্ৰজেক্ট সোণৰ অসমৰ এয়া হৈছে অমাৰ ৪১ নম্বৰ ঘৰ ।
৮০ বছৰ বয়সটো হাজিৰা কৰি সূতা কাটি ঘৰখন চলাবলগীয়া হয়।
এটি ১৭ বছৰীয়া ল'ৰা আৰু তাৰ বায়েক টিউচন কৰি যি কেইটকা পাই পঢ়াৰ লগতে আইতাকক চোৱাচিতা কৰিবলগীয়া হয়।