job update in Assam

নমস্কাৰ বন্ধু - বান্ধবীসকল তথা অসমৰ ৰাইজসকল Job update in Assam নামৰ youtube চেনেলটো লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ 🙏।

মোৰ এই চেনেল টোত দৈনিক নতুন নতুন চাকৰি, Latest Scholarship, Latest Information , Admission , বহুতো মুখ্য খবৰৰ লগতে বিভিন্ন চাকৰিৰ বাবে প্ৰয়োজনীয় Important Topics বোৰৰ সম্পৰ্কে update আৰু আলোচনা কৰা হয় ।

যদি এই চেনেল তোৰ video সমূহ পাবলৈ বিচাৰে তেনেহলে SUBSCRIBE কৰিব আৰু কাষত থকা Bell icon টো দবাই দিব , ইয়াৰ উপৰিও LIKE,COMMENTS আৰু SHARE কৰিবলৈ নাপাহৰিব ।

Business Mail : [email protected]


Thank 🤜🤛 You