pujas vlog
মোৰ ইউতিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো 🙏🏿 অসমীয়া ছোৱালী ❣️Subscribe আৰু মৰম আশীৰ্বাদ কৰিব ভাল ভাল ভিডিঅ' বনাই যাব পাৰো যাতে আগলৈ আৰু আপোনালোকক দেখাই যাব পাৰো🙏🏿Like comment share subscribe my channel pujasvlog ❣️
নলবাৰী হৰিমন্দিৰ ৰাস মহোৎসৱ 🙏 Day -2❤ #nalbariharimandir @pujasvlog7675
নলবাৰী হৰিমন্দিৰ ৰাস মহোৎসৱ 🙏 Day -1❤ #nalbariharimandir
জুবিন দাৰ সোনাপুৰত থকা মন্দিৰলৈ গৈছিলোঁ🙏😭🥺১১/১১/২৫ #justiceforzubeengarg#Zubeengargdead #Zubeengarg
উৰিষ্যাৰ ভুৱনেশ্বৰত ইমান ধুনীয়া ঠাই ❤😍@pujasvlog7675#bhubaneswar#puri #Silkalake#puribeach
উৰিষ্যাত ইমান ধুনীয়া ধুনীয়া ঠাই 😳😍❤️@pujasvlog7675 #puri#chandrabhagabeach #Kanaraksuryatemple
পুৰী জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ 🙏৯ বছৰৰ পিছত দ্বিতীয়বাৰ দৰ্শন পালো মই 🙏🥹❤️#purijagannathtemple
কোকৰাঝাৰত ৫০০০ বন্তি প্ৰজ্বলনৰে জুবিন গাৰ্গ দালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল 🙏😭আমাক ন্যায় লাগিবই 🙏
My First time flight journey first experience , obsta beya 😭✈️❤️এটা বহুত ডাঙৰ সপোন আশা পূৰণ হ'ল 🥺🙏😍
বিটিচি সচিবালয় @pujasvlog7675 #youtube #comment #minivlog #like #share #views #kokrajhar
গণেশ চতুৰ্থী🙏কোকৰাঝাৰত ইমান ধুনীয়া কৈ পতা হয়,গণেশ চতুৰ্থী নহয় যেনিবা দূৰ্গা পূজাহে😍@pujasvlog7675
মা মনসা পূজা 🙏 বৰপেটা (হাউলি) মৈৰামাৰা চতুৰ্ভূজ বীৰ নাম দল🙏@pujasvlog7675 #Manakhapuja
শাওন মাহৰ বলবম বুলি শিৱ মন্দিৰত গলো 🙏❤@pujasvlog7675 #bolbom #sawan
ৰাখি বন্ধন ♥️বিয়াৰ পিছত এইবাৰ পালো ভাইটীক ৰাখি পিন্ধাব 😍@pujasvlog7675
My wedding short video clip❤️@pujasvlog7675
Sunday outing 💕 এটা ধুনীয়া ঠাইত ফুৰিব গলো আৰু কাক লগ পালো😱😳@pujasvlog7675
শাহু মাৰ স্কুল স্থাফ♥️@pujasvlog7675
Sunday outing 💕 মানুহজনে ধুনীয়া এটা ঠাইত Suprise দিলে ❤️@pujasvlog7675 #29thlandmark
শ্ৰী মদ্ লীলানন্দ ঠাকুৰ (পাগল বাবা)আশ্ৰম 🙏 গুৰু পূৰ্ণীমাৰ দিনা দৰ্শন কৰিলো বহুত বেছি ভাল লাগিল 🙏❤
@pujasvlog7675 #rathyatra#rathyatra2025#jagannath#kokrajhar#vlog#comment #like
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মৃত্যু বাৰ্ষিকী তিথিত, তেখেতৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ 🙏
বহলপুৰৰ (তালগুৰীত) থকা নাৰ্চাৰী লৈ গলো বহুত বেছি ভাল লাগিল ❤️#plantnursery @pujasvlog7675
প্ৰথমবাৰ ভূটানলৈ গলো আৰু কেতিয়াও নেদেখা এটা পৰিৱেশ দেখা পালোঁ❤️@pujasvlog7675 #bhutan
মুকলি বিহু ❤️ হুঁচৰি প্ৰতিযোগিতা ♥️#বিহু @pujasvlog7675
ৰঙৰ উৎসৱ ফাকুৱা (হোলীৰ) ভল্গ ♥️@pujasvlog7675 #holi #holispecial #holiday #holi2025
প্ৰথম বিবাহ বাৰ্ষিকী ১২/৩/২৪ #Firstaniversery @pujasvlog7675#youtuber#vlog#like
শিৱৰাত্ৰি বুলি মণিকৰ্ণেশ্বৰ দেৱালয় আৰু শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মহাযজ্ঞত গʼলো🙏@pujasvlog7675
বহুত দিনৰ পিছত দৌল গোবিন্দ মন্দিৰ আৰু হৰে কৃষ্ণ মন্দিৰ দৰ্শন কৰিলো 🙏❤️
বহুত দিনৰ পিছত ঘৰলৈ আহিলো মানুহজনৰ লগত🥰😍@pujasvlog7675#youtuber#guwahati#guwahaticity#vlog
নতুন বছৰৰ প্ৰথম ভল্গ ❤️দীপলাই বিল (Diplai Beel)😍😍 #2025 #firstvlog @pujasvlog7675 #kokrajhar