PG Assam

নমস্কাৰ,
এই চেনেলত আপোনাক স্বাগতম জনাইছো। মই এই চেনেল খোলাৰ মূল কাৰণ হল যে নজনা কথা নতুবা নেদেখা কথা লাগিলে যিয়েই হওক আপোনালোকৰ আগত ভিডিও হিচাপে দাঙি ধৰা। প্ৰযুক্তি,ভ্ৰমণ,খাদ্য প্ৰণালী,বুৰঞ্জী, শিল্পীৰ চিনাকি ইত্যাদি এই চেনেল ত জানিবলৈ পাব। আশা কৰিম
আপোনালোকে এই চেনেল subscribe কৰি সহযোগিতা আগবঢ়ায় যেন।
ধন্যবাদ

পংকজ গগৈ।
পি জি অসম


Hello,
This Is PANKAJ GOGOI from Assam starting this assamese channel to show the people of Assam or North East India all about Travelling videos,tourist spots,Also to share all in assamese Language.I hope you will like this channel.
Thank you

Regards
PANKAG GOGOI

My Address-
No 2 ghurania gain,(Naharkatia)
Dist: Dibrugarh.
Po:konwari gaon 786610
Assam