Xonkar Kristri Shangskriti
Hi guys. Welcome to Xonker Kristri Shangskriti. Please subscribe this culturel channel.
উফ কি সুন্দৰ বাঁহীৰ সুৰ আৰু নামৰ আৰম্ভণি। ভিডিঅ'টো শেষলৈকে চাব ।
#সূৰ্য্য_পুত্ৰ_কৰ্ণ দিহানাম। মিণ্টু মণি শইকীয়াৰ কণ্ঠত যদুমণি শিল্পী সমাজৰ এটি সুন্দৰ দিহানাম।
#দিহা_নাম, নামলৈ আহিলো নামতে বহিলো । যদুমণি শিল্পী সমাজৰ এক সুন্দৰ পৰিবেশন।
পানী আনিবলৈ গৈ সিন্ধু মুনিৰ কি অৱস্থা হলগৈ। সিন্ধু মুনিৰ কৰুণ কাহিনী । নাট- সিন্ধু মুনিৰ পিতৃ-ভক্তি।
Vairal video খুহুতীয়া দৃশ্য। নাট- সিন্ধু মুনিৰ পিতৃ-ভক্তি
#কালিয়_দমন #মিণ্টু_মণি_শইকীয়াৰ কণ্ঠত দিহানাম 🙏🙏🏻 #দিহানাম #Dihanaam #Horinaam
শিৱৰাত্ৰিত মহাদেৱৰ নামেৰে মুখৰিত মন্দিৰ দেৱালয়। দিহানাম, নামটি: মৃদুল শইকীয়া ।
শনিদেৱৰ কি সুন্দৰ প্ৰবেশ। আহকচোন এবাৰ উপভোগ কৰোঁ
#vauna #দেৱ পুৰন্দৰ এখন সুন্দৰ প্ৰবেশ। শিশু ভাওনা
#শিশু_ভাওনা_বাটচ্ছা_পাটিৰ_কি_দুৰ্দান্ত_অভিনয় । নাট- শনিৰ দেৱত্ব প্ৰাপ্তি গনেশৰ জন্ম কাহিনী
মালি আৰু উমালিৰ দুৰ্দান্ত প্ৰবেশ। শিশু ভাওনাত বাটচ্ছা পাৰ্টিযে কপাই দিছে।
#ভাওনা #শিশু_ভাওনা #শনিৰ দেৱত্বৰ প্ৰাপ্তি গনেশৰ জন্ম কাহিনী গজাসুৰৰ মুক্তি লাভ_ভাওনাৰ প্ৰথম ভাগ ।
কণমানি দুটিৰ কি ভয়ংকৰ প্ৰবেশ আৰু প্ৰস্থান অ' ৰাইজ। অসমীয়া কৃষ্টি সংস্কৃতি পথাৰত দুটি অঙ্কুৰ ।
ভাওনাৰ আৰম্ভনি গীত। অসমীয়া কৃষ্টি সংস্কৃতি। দোহাৰত দিগন্ত বৰা ।
কি সুন্দৰ কণ্ঠ অ ৰাইজ,আৰাধনা মহিলা দিহানাম দল ।মহিলা দিহানাম প্ৰতিযোগিতা।
ইমান সুন্দৰ কণ্ঠ শতৰূপা দিহানাম দল । মহিলা দিহানাম প্ৰতিযোগিতা।
পাঞ্চজণ্য মহিলা দিহানাম দল উৰিয়ামঘাট। মহিলা দিহানাম প্ৰতিযোগিতা।
মহাৰথী দিহানাম দল। মহিলা দিহানাম প্ৰতিযোগিতা। গন্ধকৰৈ জাতীয় বিদ্যালয় ছাত্ৰীসকলৰ এক সুন্দৰ অনুষ্ঠান
এজনো নাথাকে তলত বাহাদুৰি মৰাৰ মাজেৰে ৰসাল অভিনয়। আপোনিও হাঁহি ৰাখিব নোৱাৰিব।
শ্ৰীকৃষ্ণৰ ইমান ধুনীয়া প্ৰেবেশ আৰু সংলাপ উপস্থাপন। অভিনয়ত - অভিজিত বাসুদেৱ।
প্ৰহ্লাদৰ লগত পশু পক্ষীৰ এতি মনোমোহা দৃশ্য ।
ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰ। নাট- নৃসিংহ যাত্ৰা । গুৰু দক্ষিণা শিশু শিল্পী সমাজ,তামূলীপথাৰ।
গুৰু দক্ষিণা শিশু শিল্পী সমাজ।
ভাইৰেল ভিডিঅ'ৰ এখন খুহুতীয়া প্ৰবেশ।
বাটচ্ছা পাৰ্টিৰ কি দুৰ্দান্ত প্ৰবেশ ঔ ৰাইজ। এদল শিশুৰ ভাওনা কৰ্মশালা আৰু ভাও অভিনয়।
গ্ৰাহ গজেন্দ্ৰ এখন ধুনীয়া ভাও। মূখা শিপ্লৰ এক সুন্দৰ দৃশ্য।
ইমান ধুনীয়া দেৱগনৰ প্ৰবেশ ও ৰাইজ। এবাৰ চাই লওক,#vauna # ইন্দ্ৰৰপ্ৰবেশ।
নাৰদ আৰু বিষ্ণুৰ এক সুন্দৰ দৃশ্য । নাট বিপ্ৰ ডামোদৰ।
দন্ত বক্ৰৰ ইমান সুন্দৰ প্ৰবেশ আৰু সংলাপ। নাট- বিপ্ৰ ডামোদৰ । #vauna #vairalvauna