Jayanta Handique

নমস্কাৰ,
আপোনালোক সকলোকে স্বাগতম জনাইছো। এই চেনেলটোৰ জৰিয়তে মই আপোনালোক সকলোকে মানৱ জীৱনৰ সৰু সৰু কিছুমান ৰং বুটলিবলৈ চেষ্টা কৰিছো। বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্য্য-কলাপ , নতুন ঠাই পৰিভমন, গাৱলীয়া আৰু চহৰীয়া পৰিবেশ আৰু লগতে প্ৰযুক্তিগত কিছুমান ভিডিঅ আপোনালোকে দেখিবলৈ পাব । আশা কৰো আপোনালোকৰ সহায় সহযোগিতা পাম।
ধন্যবাদ ।

Hello,
Welcome to my channel , with the help of this channel i am trying to show the event that are doing in human life. Like some cultural event, travelling, village & town people life style and also technical video. Hope you will support me.
Thank You.

My details:
Jayanta Handique
Moran, Assam, India

মোৰ পৰিচয়:
জয়ন্ত সন্দিকৈ
মৰাণ, অসম, ভাৰত