C E helper

CE helper( Competitive Exam helper)
নমস্কাৰ সকলোকে, এইটো চেনেলত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা ( Competitive exam ) ৰ সাম্ভাব্য প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ লগতে বিভিন্ন পৰীক্ষাৰ উত্তৰমালা ও ( Answer key ) আলোচনা কৰা হয় লগতে ভৱিষ্যতে আহিৱলগা পদ সমূহৰ বিষয়েও আলোচনা কৰা হয়।

নিজে যিমানখিনি জানো সেইখিনিয়ে আপোনালোককো জনাইছো,আপোনালোককো শিকাইছো কিছু নিজেও শিকিছো ।
সকলোৰে সহায় হোৱাকৈ যিমান পাৰো কৰিৱলৈ চেষ্টা কৰিছো। কেতিয়াবা আকস্মাত কিবা ভুল দেখিলে নিজৰে দাদা/ভাইটি বুলি ভাবি ক্ষমা কৰি গঠনমূলক পৰামৰ্শ আগবঢ়াই যেন 🙏