Message Of Islam
মৌলানা নুৰুল আমিন কাছিমী অসমৰ এজন উদীয়মান আলিম, স্কলাৰ আৰু এগৰাকী নিস্বাৰ্থ সমাজকৰ্মী। তেখেত একেধাৰে এগৰাকী সুবক্তা, লেখক, ধৰ্ম প্ৰচাৰক তথা সমাজ সংস্কাৰক। সমাজৰ ধৰ্মবিমূখ তথা শিক্ষাবিমূখ মুছলমান সকলৰ মাজত তেখেতে কাম কৰি আছে। তেখেতৰ ঘৰ উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ চতিয়াত। ২০০৮ চনত দাৰুল উলুম দেওবন্দৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
সমাজৰ অসহায় আৰু নিপীড়িত সকলক আগুৱাই নিয়াৰ বাবে তেখেতে JANAKALYAN Minority Development Society নামেৰে এটি এন জি অৰ জৰিয়তে নিজৰ সেৱা অব্যাহত ৰাখিছে।
মুছলিম যুৱক সকলক বৌদ্ধিক ক্ষেত্ৰত আগুৱাই নি সৃষ্টিশীল কাম কাজৰ জৰিয়তে দ্বীন তথা কৌমৰ সেৱাৰ উদ্দেশ্যে গঠিত স্বেচ্ছাসেৱী সংস্থা Islamic Studies and Research Academy, Assam চমুকৈ (ISRAA) ৰ তেখেত মূখ্য সঞ্চালক। সকলোৰে ওচৰলৈ দ্বীনৰ দাৱাত পৌচাই দিয়াটোৱেই তেখেতৰ এই চেনেলৰ উদ্দেশ্য।
যোগাযোগ :-
ফোন : 9435260836
ই মেইল: [email protected]
তবলীগ জামাত আৰু ইজতেমাক বেদাত কোৱা সকলৰ প্ৰত্যুত্তৰ __
GHAZAL PAR WAZ
شیخ الاسلام و المسلمین حضرت مدنی کے اس بیان پر آنکھیں بے اختیار ہو گئیں #mahmoodmadni
Hindu BJP Leader about Muhammad PBUH
গোছলৰ ফৰজ কেতিয়া হয়? ফৰজ গোছল কেনেকৈ কৰিব লাগে? #nurul_amin_qasimi #waz
নামাজ শুদ্ধকৈ পঢ়িবলৈ শিকো আঁহা Assamese bayan by Nurul Amin Qasimi
Important speech by Hazrat Maulana Abdul Qadir Qasimi
সমাজৰ প্ৰতি আমাৰ দায়িত্ব কি?
ইছলামে সহানুভূতি আৰু মানবতাৰ কথা কেনেকৈ শিকাইছে? Assamese bayan by Nurul Amin Qasimi #islamic #waz
হজৰত মোহম্মদ ছঃ এ এঘাৰ গৰাকী কিয় বিয়া কৰাইছিল?//Wives of Muhammad// Speech by Nurul Amin Qasimi
কাবা ঘৰৰ নিৰ্মাণৰ সময়ত নবী ছঃ ৰ লগত কি ঘটিছিল? #Baitullah
মছজিদৰ ছাদ ঢলা কাম ।
চীৰতুন্নবীৰ ওপৰত সুন্দৰ বয়ান Assamese bayan by Nurul Amin Qasimi #seeratunnabi
মুছলমানৰ মাজত ইমান ভীক্ষাৰী কিয়? Assamese bayan by Nurul Amin Qasimi
A butiful Surah of Holy Quran. By Nurul Amin Qasimi
বৰ্তমান পৰিস্থিতি সন্দৰ্ভত কি কলে মৌলানা বদৰুদ্দিন আজমল চাহাবে?
আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰাটো একান্ত জৰুৰী Assame bayan by Nurul Amin Qasimi
অসমীয়া ভাষাত পৱিত্ৰ কুৰআনৰ অনুবাদ ব্যাখ্যাগ্ৰন্থ #nurul_amin_qasimi #quran
দ্বীনি তালিমৰ প্ৰয়োজনীয়তা! Deeni Taleem KYUN zaruri hai? #jamiat_ulama_e_hind
মিৰ্জা গালিবৰ সেইখন ঘৰৰ পৰা, যৰ পৰা তেওঁ যুগজয়ী শ্বায়েৰীবোৰ লিখিছিল ।
؛ দ্বিনী তালিম প্ৰত্যেকজন মুচলমানৰ বাবে ফৰজ #jamiat_ulama_e_hind #nurul_amin_qasimi
কুৰআন পঢ়িবলৈ কেতিয়া শিকিব? #Quran_learning #nurul_amin_qasimi
আমি বাংলাদেশী নেকি?
এখন বানাত মাদ্ৰাছা! যত দিয়া হয় ইছলামী শিক্ষাৰ লগতে স্কুলৰ শিক্ষা। কোন মাদ্ৰাছা চাওঁ আহক। #madrassa
কাৰোবাক হত্যা কৰাটো কিমান ডাঙৰ গুনাহ? Qatal karna Kitna bada gunah? #islam #nurul_amin_qasimi
কলিমা মানে কি? কলিমা সন্ত্ৰাসবাদী কৰ্মৰ হাথিয়াৰ নেকি? What is the Kalma? Why it important in Islam?
কলিমা মানে কি? ই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অস্ত্ৰ নেকি? ইছলামত ইয়াৰ গুৰুত্ব আৰু তাৎপৰ্য কিমান? #kalma
ঋণৰ পৰা মুক্তি পাবলৈ এই আমল কৰক! Daily Amal #wazifa #nurul_amin_qasimi
ছুৰা মুজাদালাহ।। অসমীয়া কণ্ঠ অনুবাদ by Nurul Amin Qasimi
SURAH AL MUJADALAH Assamese voice translation #assamesequran #assamtranslationofquran #qurantarjuma