Taru Phukan
নমস্কাৰ অসমবাসী ৰাইজ, মোৰ
নিছা ৰন্ধন কলা । অসমীয়া বাতৰি কাকত,আলোচনী সমূহত কবিতা ,
ৰন্ধনৰ ভিন্ন লেখা ,প্ৰৱন্ধ প্ৰকাশিত হৈ আহিছে।"নন্দিনী" ৰ নিয়মীয়া লেখিকাৰ দৰে হৈ পৰিছো ।জি ,এন,আৰচি,অন্যযুগ,প্ৰিয়সখীত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘৰজেউতি,সমিধান সঁফুৰা,পুথি পৰ্য্যালোচনাৰ অনুষ্ঠান কৰিছিলো । আমাৰ সংস্কৃতি,আমাৰ খাদ্যপ্ৰণালী নিৰ্মল,নিখুঁত ,সুস্বাদু , অতি স্বাস্হ্যসন্মত । মই জনাখনি মোৰ youtube channel ৰ জৰিয়তে হেজাৰ কষ্ট বিনিময়ত নিজৰ অকলশৰীয়া প্ৰচেষ্টাৰে অসমবাসী ৰাইজৰ দেখুৱাবলৈ চেষ্টা কৰো ।ভুল ৰৈ যোৱাতো স্বাভাৱিক প্ৰক্ৰিয়া …শুধৰাই আগবঢ়াই নিয়াটোহে উৎকৃষ্ট কৰ্ম নিদৰ্শন ।
A few words about my passion--Cooking is my passion and I also love sharing my ideas and recipes with people who really love their food and their health. My recipes published in many magazines and newspapers .
Two type potato Recipe৩টা আলুৰে নিমিষতে সন্ধিয়া এনে জুতিবোৰ তৈয়াৰ কৰি দিলে আপুনিও সুখী সন্তানো happy
গৰম বন্ধ ! চাহ খোৱা কাপতে সন্তানৰ বাবে২কাপ চুজিৰে ৮মিনিটত এগাল কেক|Really good for health.সোৱাদ ১০০%
Chicken Masala curryৰান্ধিবলৈ10 Rsৰ২পেকেট মচলা মোৰ হাতত দিলে |খাবলৈ মন কৰাজনক ৰান্ধি খাবলৈ দিয়া সুখ
Simple Assamese thali| ক'ম তেলত ৰন্ধা মাছৰ টেঙা জোল|কাঁহী কোণত Chutney |নিজৰ বাৰীতে vitamin সমূহ পাব
Milk peda |চেনী নিদিয়াকৈ পৰিয়াললৈ বুলি আধা কেজি পেৰা বনালো ১৫ মিনিটত |সেয়ে video দিলো | বহুত ভালপাব
Steam Egg Peratha🍳১টা কণী +৩ চামুচ ময়দা ফেটক ,ভাপত দিয়ক খাওঁক😋এবাৰ খালে পুনৰ ৰান্ধিবই
পাকঘৰত কি বস্তু থাকিলে হঠাৎ অহা আলহী বা নিজৰ পৰিয়ালক ১৫ মিনিটতে তেল নিদিয়াকৈ এনে কেক বনাব দিব পাৰি
Mango Pickle🥭 আমৰ আচাৰ / কম তেলত Small amount of mustard oil/ no vinegar @Taruphukan
King Chilli Chutney ৰ লগত🥥 milk idli খাইছেনে ? ইমান যে ভালপাব || গৰমত অতি উপযোগী @Taru Phukan
Mitu ক মনত আছেনে ? আৰ্শীবাদ মৰম দিব ❤️মাকক যে Lockdownত সহায়ৰ হাত আগবঢ়াইছিল এতিয়া কি কৰি আছে
চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা চন্দ্ৰযান-৩ বিৰল ক্ষণ #বিশ্বৰ প্ৰথম দেশ India হিচাপে আমি গৌৰাম্বিত
Besan ladoo এটা ১৫টকাত কিনি খোৱাতকৈ সহজে কম খৰছত |ইমান perfect ভাৱে দেখুৱাই দিছো |বিহুৰ পিছতহে দৰকাৰ
Tel Pitha দুবিধ উৰুকা ৰাতি তৈয়াৰ কৰা |সৰহকৈ ভাপত চেৱা দিয়া জলপান |Magh Bihu Special তিনিবিধ সুস্বাদু
Coconut ladooএকদম সহজ পদ্ধতি| মিহি,গাখীৰৰ দৰে বগা নাৰিকলৰ লাৰু |দেখিয়ে মৰমলগা|নতুন জুতিৰে#taruphukan
Nimki কিমান দৰকাৰী বিহুত|ষ্টেপ ,জোখ সঠিক কাটি থ'লেও লাগি নধৰা |সৰহকৈ ভাজিলেও মচমচীয়া হোৱা#Taruphukan
তিলৰ লাৰু | প্ৰতিটো ষ্টেপ অতি সহজকৈ দেখুৱাই দিছো | ওপৰত তেলৰ দৰে জিলিকি থাকে #Taruphukan
নাৰিকল পিঠা |তিলপিঠা |খুন্দা পৰা তৈয়াৰ কৰালৈকে|বিহু আহিল মইও প্ৰথমে পুৰণি সহজ পদ্ধতি লৈ…আহিম আকৌ
Kosuthur আৰু soyabean curry|কচুথোৰ নোখোৱা সন্তানেও খাব এনেদৰে বদলি কৰি ৰান্ধিলে #Taruphukan recipe
Everyone feel its necessary in summer /Boil টেঙামৰা দিয়া মাছ/ঔষধিযুক্ত শাক মিহলি দাইল @TARU PHUKAN
বেঙেনাৰ দুটা নতুন ৰেচিপি | Brinjal fry And Spicy curry | Assamese Thali @Taruphukan Recipe
Suji ladoo | বিহুৰ পিছতহে খাবলৈ মন যায় লাড়ু ,পিঠা-পনা |Taru Phukan Recipe |পিঠাগুড়িৰে ,চুজি লাৰু
First time কেটলি মুখৰ আৰু ভাপত দিয়া পিঠা খাই Bangaloreৰ আলহী Rajan S কি ক'লে ? গায়ত্ৰীয়ে কি ক'লে 😁😁
এইবাৰ বিহুত খুবেই ভাললগা পিঠাবিধ তৈয়াৰ কৰি চাবচোন?বৰ ভালপাব | Bihu Special #Taru Phukan recipe
Фени Пита | Выглядит как Пани Пита; Очень приятный вкус Традиционная, местная сбалансированная Пи...
পিঠাগুড়ি তিল,গুড়ৰ বৰফি|তিলৰ লাৰু সলনি হাতৰ তলুৱা নোপোৰাকৈ বনাব পৰা সহজ,সুস্বাদু ৰেচিপি|Bihu Special
জোনপিঠা আৰু মূহুৰা পিঠা একেলগে|বিহুত বনাই খালে সকলোৱে একেমুখে কব 💯%সুস্বাদু |Bihu Special 2Recipes
Bihu Special - это Хурма | Вам понравится больше, чем отель Хурма#Рецепт Тару Пхукан Ассам
Bihu Special | আখৈ লাৰু পটকৈ বনাওক হাত নোপোৰাকৈ সঠিক জোখত |টিপচ মচমচীয়া হোৱা | Assamese Akhoi ladoo
Bihu Special |এনেদৰে ক'লাখাৰ ডলা মাটিমাহৰ প্ৰিয় ব্যঞ্জনবিধ খাইছেনে?কাচকল নতুন সোৱাদ,আলু ভাজি,পিটিকা
Bihu Special | Saucepan Pitha| চাহ বনোৱা চচপেনতে তেল,ঘি,কণী নিদিয়াকৈ সহজতে ঘৰুৱা বস্তুৰে তৈয়াৰ কৰা