Anjumma Turkey Farm
টাৰ্কি চৰাইৰ তুলনাত ছিলকি চৰাই কিমান দিনত কণী দিয়ে ?🦃🐔
এই টাৰ্কি চৰাই পৰা প্ৰথম কণী পালোঁ 🥚
আজি ৭ পিছ টাৰ্কিৰ আৰু ১৮ পিছ ছিলক্কিৰ মোৰগি কণী দিলোঁ ইনকিউবেটৰ মিশিনত
ইনকাম কৰিবলৈ বিদেশলৈ যাব নেলাগে?ঘৰত বহী ইণকাম কৰিব পাৰিব
ৰাতি পোৱা ইনকিউবেটৰ খোলাৰ লগে লগে সুখবৰ দেখা পালো।
প্ৰথম বাৰ ছিলকি মোৰগীৰ কণী পালোঁ 🥚
টাৰ্কি চৰাইৰ নিছিনা ছিলকি চৰাই কি ঘাঁহ খায় নে ?
টাৰ্কি চৰাই কনী দিয়াৰ আগতে কি লক্ষ্যন দেখা পোৱা যায় ?
ছিলকি মোৰগী মতা আৰু মাইকী কেনেদৰে চিনি পাব ?
প্ৰথম বাৰ আজি লোকেল মোৰগীৰ কণী । লোকেল মোৰগী দি উমনি দিলোঁ
টাৰ্কি চৰাই বোৰ ১৫ দিন পিছত আজি হে বাহিৰত ঘাঁহ খাবলৈ এৰি দিলোঁ
টাৰ্কি চৰাইৰ জ্বৰ হ'লে কি ঔষধ খোৱাৰ পাৰি ।
টাৰ্কি ফাৰ্মত বিজানো মুক্ত কৰিবলৈ চূণ ব্যৱহাৰ কৰিলোঁ । 6002096712
টাৰ্কি চৰাইবোৰক কি খাদ্য দিব লাগে ? আৰু মোৰ ফাৰ্মত যিকোনো ধৰণৰ পোৱালি পাব।
টাৰ্কি চৰাইৰ ফাৰ্ম দিবলৈ কিমান টকাৰ প্ৰয়োজন হয়।
টাৰ্কি চৰাইবোৰ কনী দিয়া আৰম্ভ কৰিছে 6002096712
এক পিছ মতা টাৰ্কি চৰাই ডেলি বাৰি পঠায় দিলোঁ বাইহাটা চাৰিআলিত
দুই পিছ টাৰ্কিৰ চৰাই আৰু দুই পিছ ছিলকিৰ পোৱালি বিক্ৰী কৰি দিম।6002096712
টাৰ্কি চৰাইবোৰক আজি প্ৰথম বাৰ কঠাৰ দিলোঁ খাবলৈ
কি মোৰগি পোহীলে লাভ বেছি টাৰ্কি নে লোকেল
আজি আকৌ দশ পিছ ছিলকিৰ পোৱালি বিক্ৰী কৰি দিলো উদালকোৰিত
টাৰ্কি চৰাইৰ গৰম লগাৰ কাৰণে অৰেজ্ঞ ors পানী দিলোঁ খাবলৈ।6002096712
আজি দুই পিছ ছিলকিৰ পোৱালি বিক্ৰী কৰিলোঁ 6002096712
টাৰ্কি বা ছিলকিৰ পোৱালীক খোৱাব পাৰি নে নেমু টেঙা
টাৰ্কি চৰাইৰ কি দানাৰ অভাৱত সদায় কনী নিদিয়ে 🦃985898536
ভাল বস্তুৰ ভাল দাম🦃🐣
এতিয়াৰ পৰা আমেৰিকা ছিলকিৰ পোৱালী এই ভন্টি ৰ তাত পাব
এই টাৰ্কিৰ পৰা প্ৰথম বাৰ কনী হে পালোঁ🦃6002096712_9859898536
চাৰি পিছ ছিলকি পোৱালি বিক্ৰী কৰিলোঁ দলগাও