Oitihya Axom

আমাৰ চেনেলটোলৈ অহা সকলোকে পোন প্ৰথমে স্বাগতম জনাইছো 🙏

নমস্কাৰ বন্ধুসকল মই - প্ৰীতিশ বেজবৰুৱাই আপোনালোক সকলোকে আমাৰ Oitihya Axom / 'ঐতিহ্য অসম' ইউটিউব চেনেল টোলৈ স্বাগতম জনাইছো।

এই চেনেলটোৰ জৰিয়তে আপোনাকে ভাওনাৰ ভিডিঅ'ৰ লগতে অসমৰ বিভিন্ন ঐতিহ্যপূৰ্ণ স্থান তথা সংস্কৃতিৰ কিছু আভাস পাব।
👉গতিকে আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো SUBSCRIBE কৰি ৰাখিব কিন্তু 🤗

Contact Us 👇
Our WhatsApp no - 9101017726

Our email - [email protected]
ধন্যবাদ
জ়়য় আই অসম