Farmer Samir Bordoloi
As a farmer my religion is to feed the world good food which are produced naturally. I do compassionate farming to create an evergreen and happy balance of life.
German Students Begin Zubeen Garg Canopy Classroom | A Living Tribute in Our Food Forest
আমাৰ ঘৰৰ বাৰীখনত agroforestry based integrated farming কৰক। Oil palm বাৰীত নলগাব।
Bamboo biochar-Double Pit method- Farmer Samir Bordoloi innovation for more carbon content.
খৰাং পথাৰ আৰু আমাৰ কৰনিয় কাম। Tractor লগায় হাল বালে পথাৰৰ আলি নাভাঙিব।
Jeevamrut কেনেকৌ বনায়- training video
কম মাটিত অধিক উৎপাদন- Bio intensive Raised Beds- Green Commando Forum's Farmer Krisna Khular.
থলুৱা বেতগুটি ধান আৰু কেঁকোৰাৰ খেতি।
Jalkund -বৰষুণৰ পানী সংৰক্ষণ (Rain Water Harvesting) কেনেকৌ বনাব।
BOHAGI SEED MAHOTSAV 2025- celebrating our heirloom seeds & local food.
Mulching in Natural Farming (Assamese)
বাঁহৰ পৰা বনোৱা জৈৱিক সাৰৰ গাতটো কেনেকুৱা হ’ব লাগে।
চাহ গছৰ পৰা চাহ পাত। কলম নকৰা চাহ খেতি।Low volume- high value No prune wild tea.
বাঁহৰ পাতৰ herbal চাহৰ উপকাৰিতা আৰু কেনেকৈ marketing কৰিব লাগে ।
বাঁহৰ বায়চাৰ সাৰ বনোৱা প্ৰনালী।
Sowing seeds in zero tillage in a food forest(multilingual training- Assamese,Bangla,Hindi,Bhojpuri)
নুনি পাতৰ চাহ বনোৱা প্ৰনালী। (Mulberry leaf tea)
বাঁহৰ পাতৰ চাহ! ₹৫০০০ প্ৰতি কিলো! কেনেকৈ বনাব চাওক।
Bamboo Leaf Tea-How we make it? ₹ 5000 per kg product for our Climate friendly livelihood.
নলবাৰীৰ এখন ভিতৰুৱা গাঁৱৰ জোনাকী কোঁৱৰ বাইদেউৰ আদৰ্শ অসমীয়া বাৰিখন। আমাৰ পৰিবেশ অনুকুল গাঁৱৰ জীৱন।
গাঁৱৰ বাৰিখনে মাহেকত ₹২০০০০ -₹৩০০০০ লৈকে সসজে income দিয়ে।
Khawhnai village, Mizoram-মোৰ Community Nursery set up কৰা mission.
Man and the wild - The Film about our Food Forest reloaded.
এখন ব্যতিক্ৰমী স্কুল, যত প্ৰাকৃতিক খেতি আৰু শিক্ষা একেলগে লোৱা যায়-আমাৰ অসমত।
জিৰো টিলেজ বা হাল নমৰাকৈ খেতি কৰক আৰু ডাল উ্ৎপাদন পাব। মাটি ভালে ৰখা training.
পচন সাৰৰ ধীপ(Heap Compost) বনোৱা training.
বাৰীত ফূল খেতিৰে লাখ টকা উপাৰ্জন-অভিজ্ঞ কৃষক Kukheswar Kachari আৰু তেখেতৰ খেতি-আমাৰ বাৰী আমাৰ পৰিচয়।
আলু খেতিত “মাল্ চিং” কৰক আৰু সুফল পাওক।
শাক পাচলিত কীটনাশক বিষ-ভুল কৃষি প্ৰনালী monocroping ৰ বাবে।
বিনা খৰচ কৰী ঘৰতে বনাব পৰা জৈৱিক সাৰৰ প্ৰশিক্ষণ।
শাক পাচলিৰ মোৱা পোক (aphids) প্ৰতিৰোধ ককা জৈৱিক উপায়।