মুগ্ধাপখি The butterfly is around.

জীৱন ধুনীয়া...
সজোৱাৰ কৌশলে পৰিচয় বহন কৰে।
Life is beautiful ❤️...it's up to you to find the colours.
জীৱনৰ স্পন্দন ভালপোৱাৰ আৱেশেৰে সজাই সূখী হোৱাৰ কচৰৎ...
প্ৰকৃতিক ভালপাওঁ, সৃজনীশীল কাম, অসমীয়া সাহিত্য,ছবি,অসমীয়া পৰম্পৰাগত ৰন্ধন ভালপাওঁ।
নিজাকৈ এখন আকাশ নিজৰ বাবেই দৰকাৰী।🥰
"বিষাদ অবিহনে সৃষ্টি আধৰুৱা,সৃজন অসম্পূৰ্ণ"।