Sharmila Nath Kakati
নতুন youtube channel লৈ সকলোকে স্বাগতম জনালোঁ। Daily vlogs।
12:12 portal✨ ৰ যি মহাসংযোগ ঘটিছে এই কেইটা উপাই কৰিব নাপাহৰিব।
শুক্ৰবাৰৰ দিনা মা লক্ষ্মীক আকৰ্ষণ কৰিব পৰা এটা remedy ✨,আৰু এটা মন্ত্ৰ ✨
এই সহজ পদ্ধতিৰে টকা-পইচাৰ সমস্যা খিনি আঁতৰ কৰিব পাৰিব।
দিপাৱালিৰ দিনাখন এই উপাইটো কৰি আপোনালোকেও মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব।
ধনতেৰাচৰ দিনাখন এই সাধাৰণ উপাই কেইটা কৰি আপুনিও গোটেই বছৰটো উপকৃত হ'ব।
নিতৌ আপোনালোকে এই মহাবাক্যখিনি প্ৰয়োগ কৰি নিজৰ জীৱনটো সলনি কৰিব পাৰিব।
হনুমানৰ আৰু মা দেৱী দুৰ্গাৰ অলপ আশীৰ্বাদ বিচাৰি উলালোঁ 🙏আৰু মাৰ এক আচৰিত দৰ্শন এটিৰ আভাষ দিলোঁ।
Water technique ৰ দ্বাৰা আমি ভাবা মতে সকলো হ'ব পাৰে।
Universe এ কিদৰে মোক আগুৱাই যোৱাত সহায় কৰিছিল।
মোৰ প্ৰথম menifest কেনেকৈ fulfill হৈছিল। কিমান সময় আৰু কিয় ইমান সময় লাগিছিল?
পঢ়া শুনা ল'ৰা ছোৱালীৰ বাবে access bars এ কেনেকুৱা ধৰণে কাম কৰে এই video টোৰ জৰিয়তে জানো আহক।
হঠাৎ কিয় স্কুললৈ গলো।
এগৰাকী বাইদেউ access bars session ল'ব আহি তেখেতৰ হাতেৰে তৈয়াৰ কৰা মোক কি উপহাৰ দিলে চাওক।
অহা কালি ৮ আগষ্টত এই উপাই টো কৰক আৰু শেষত এটা tips
সপোন যে সঁচা হৈ কথা টো সঁচা😇
Access bars and my menifastation ✨
গুৰু পূৰ্ণিমাৰ দিনা এই উপাই টো নিশ্চয় কৰিব🌝✨
Access bars statement কিমান শক্তিশালী হৈ আৰু কিছু জানিবলগীয়া কথা।
এই নিমখৰ উপাই কেইটাৰে ঘৰ খনত negativity দূৰ কৰি সমৃদ্ধি কঢ়িয়াই আনক✨। #sharmila #Remedies #vlog
Laughing Buddha এই স্থানত ৰাখিলে ঘৰ খনত সুখ, শান্তি, আনন্দ আৰু সমৃদ্ধি আনিব পাৰে।✨
Access Bars ৰ কিছু জানিব লগা কথা🌻