My Hart Assam

নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেলটো লৈ ❤️


🔺মোৰ ভিডিঅ' ৰ টপিক বিলাক ......

→ মোৰ ভিডিঅৰ পৰা আপোনালোকে কিবা নহয় কিবা নিশ্চয় শিকিব পাৰিব ।
→ মই সদায় আপোনালোকৰ সহায় হোৱা কিছুমান ভিডিঅ' বনাব চেষ্টা কৰো ।
→ মোৰ ভিডিঅ' বিলাক চাই আপুনি জানিব বিচৰা কথা সমূহ জানিব পাৰিব , একদম সহজ সৰল ভাষাত ।
→অসমৰ ছবিজগতৰ আপদেত সমূহ পাই থাকিব ।
→মই মোৰ ভিডিঅ' বিলাক একদম সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰো, যদি আপোনালোকৰ মাজত কোনোবাই ভিডিঅ'বিলাক চাব ভাল নাপাই , অনুগ্ৰহ কৰিছো বেয়া কমেন্ট নকৰিব ।
→ আহিব লগীয়া সকলক আপুনিয়েই যদি শিক্ষা নিদিয়ে তেন্তে কোনে দিব ।
→ আপুনি আপোনাৰ ভাই , বন্ধু বুলি মৰম দিব , আপোনাৰ মৰমে মোক আগুৱাই যোৱাত সহায় কৰিব ।


মোৰ সৈতে যোগাযোগ কৰিবলৈ 📲
Instragram id
@ahom_puwali98
Facebook page -
Borhat Live
Email ID -
[email protected]
Whatsapp Number -
6003281036