SK Online Platform

🙏নমস্কাৰ! সকলো বন্ধু-বান্ধৱীক মোৰ ইউটিউব চেনেল SK ONLINE PLATFORM লৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

SK ONLINE PLATFORM YouTube চেনেলটো এটা Educational চেনেল। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো বিষয়ৰ পাঠ্যপুথিৰ পাঠ ভিত্তিক প্ৰশ্নোত্তৰ সমূহ PDF সহ আলোচনা কৰা হয় (একাদশ আৰু দ্বাদশ শ্ৰেণী কেৱল মাত্ৰ Commerce Stream ৰ বাবে)। ইয়াৰ উপৰিও অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে- Grade 3, Grade 4, Assam police, D-El-Ed ইত্যাদি পৰীক্ষাৰ প্ৰশ্ন কাকতৰ সমাধান লৈ Video Upload কৰা হয়। আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ নতুন নতুন সা-খবৰ জাননী, বিজ্ঞাপন আদিও আগবঢ়োৱা হয়।
যদি আপুনি আমাৰ Video বোৰ চাই ভালপায় তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবছক্ৰাইৱ কৰি ল'ব। দোৱা কৰো সৃষ্টিকৰ্তাই আপোনাৰ মনৰ আশা পূৰণ কৰক।

About us:-

Name:- Siddik Ali
Village:- Chakara gaon
Po+Ps:- Dalgaon
District:- Darrang(Assam)
Pin code:- 784116
If your any help contact for us :- [email protected]

ধন্যবাদ 🙏 জয় আই অসম 🙏