সপোনৰ ৰং
(সপোনৰ ৰং) আমাৰ এই চেনেলটোত অসমীয়া সকলো ধৰণৰ কাহিনী আৰু সাধু কথা, বুঢ়ী আইৰ সাধু কথা উপলব্ধ হব | লগতে নীতি শিক্ষা আৰু এহেজাৰ এনিশাৰ সাধু ও এই চেনেলৰ মাধ্যমেৰে অৱগত কৰা হব | তাৰোপৰি cartoon video upload কৰা হব |
যদি আপোনালোকে আমাৰ এই চেনেলটো চাই ভাল্ পাইছে তেন্তে আপোনালোকলৈ এটাই অনুৰোধ! যাতে অনুগ্ৰহ কৰি আমাৰ সপোনৰ ৰং chennalতো Subscribe কৰি দিয়ে যেন, যাতে দৈনিক নতুন নতুন video বোৰ উপভোগ কৰি আনন্দ পায় |
#Assamesemotivationalspeech
#Assamesefairytalks
#Assamesestory
#burhiaaixadhukotha
#Assamesecartoon
#assames xadhu
#https://www.youtube.com/@xapun222