Jinke Boruah

বিশেষ একো নাই, ভাল লগা বেয়া লগা কিছুমান মূহুৰ্ত মোৰ এই সৰু এলবাম টোত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ,, যদি আপোনালোকৰ ভাল লাগে videobur চাব আৰু নতুন video পাবলৈ channale টো Subscribe কৰি যাব... ধন্যবাদ 🙏❤️