DKDipakkumar
🙏নমস্কাৰ গ্ৰহণ কৰিব 🙏
পোন প্ৰথমে সকলোকে স্বাগতম জনালোঁ৷আহক আমি হাতে হাত ধৰি আমাৰ লোক-সংস্কৃতিক আগুৱাই নিবলৈ চেষ্টা কৰোঁ৷❤️
🎈অসম উত্তৰ-পূৱ ভাৰতৰ বাৰেৰহণীয়া কলা-কৃষ্টিৰে ভৰপূৰ এখন ৰাজ্য৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভিন্ন লোক-উৎসৱ উদযাপিত হয় আৰু এই উৎসৱবোৰৰ লগত সংগতি ৰাখি বিভিন্ন গীত-মাত পৰিৱেশন কৰা হয়৷ এই চেনেলৰ জৰিয়তে এই গীত মাতবোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কিছু প্ৰয়াস কৰা হৈছে৷ 🎶ইয়াৰ উপৰিও অসমৰ চুকেকোণে লুকাই থকা সুপ্ত প্ৰতিভা সমূহ ৰাইজৰ মাজত চিনাকি কৰি দিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছোঁ৷এই ক্ষেত্ৰত আপোনালোকৰ সহায়-সহযোগিতা নিতান্তই প্ৰয়োজন৷ আশা কৰোঁ সকলোৱে সহায়-সহযোগিতা আগবঢ়াই এই চেনেলটোৰ সপোন বাস্তৱত ৰূপায়িত কৰিব৷✍️
🎈সদৌ শেষত সকলোৰে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ🎈
[email protected]
সোনাপুৰলৈ আহিব জুবিন গাৰ্গ // ওপজা দিনৰ দিনা কেনেকৈ আহিব শুনক
Nagara naam // urbashi rajbongshi // ভানুমতীৰ সয়ম্বৰ //উৰ্বশী ৰাজবংশী নতুন নাগাৰা নাম
ৰামচৰণ ভড়ালীৰ এখন বিশেষ চিঠি // চিঠিখনত নাগাৰা নামৰ কি কি কথা আছে..// কিহৰ বাবে ইমান ক্ষোভ
Nagara naam banashmita deka // গানৰ ঈশ্বৰ জুবিন দা // ভক্তিমূলক // দীপক কুমাৰ
Nagara naam pulok baishya // কিমতে ভকতি কৰিবো তোমাক //পুলক বৈশ্যৰ কণ্ঠত
nagara naam dipak kumar //দীপক কুমাৰৰ নাগাৰা নাম
Nagara naam Dipak kumar // ভজনিতে হৰি // ভক্তিমূলক // দীপক কুমাৰ ৬০০০১৬৬৯৬৩
পুৱতি নিশাৰ নাগাৰা নাম কেনেকুৱা চাওঁক // দুটা দলৰ মাজত ...6000166963
Nagara naam // kankan kalita // অভিশপ্ত দন্দক ৰজা // কংকন কলিতাৰ নাগাৰা নাম
গৰিমাৰ শেষ ইচ্ছা // কথাবোৰ শুনিলে হুকহুকাই কান্দি দিব
জুবিনলৈ পিতৃৰ শেষ চিঠি // কি কি লিখা আছে বাৰু চিঠিখনত
পত্নী গৰিমালৈ জুবিনৰ লেখা // কথাবোৰ শুনিলে বুকু কঁপি উঠি অ’
Nagara naam // Dhanjit Deka // নাৰায়ণ অ’ মোৰে প্ৰাণ // দশ অৱতাৰ বৰ্ণনা আকাৰত হৰিৰ নাম
Nagara naam by manab barman // ৰজা বৃদ্ধাক্ষেত্ৰৰ আখ্যান // নাগাৰা নাম মানৱ বৰ্মন
Dipak kumar // nagara naam // 6000166963 // দীপক কুমাৰৰ নাগাৰা নাম
পুনৰ শ শ পাঠকৰ মিলন //বৈকুণ্ঠধাম হৈ পৰিল চাংসাৰি ধোপাতাৰী
বিতৰ্কৰ মাজতে নাগাৰা নাম বাণীৱদ্ধ হ’ল // নাম ৰেকৰ্ডিং কৰাৰ আগত কি কৰিলে চাওঁক
Nagara naam urbashi rajbongshi // বপুষ্টমাৰ পূৰ্বজন্ম // উৰ্বশী ৰাজবংশী // নাগাৰা নাম
nagara naam tinamoni deka // শৱৰীৰ গুৰু সেৱা // sabarir guru sewa
পুনৰ মিলিত হ’ল শ শ পাঠক, নাগাৰা নামৰ অনুৰাগী // হৰিৰ নামেৰে মুখৰিত হ’ল...
nagara naam new artist /কনমাণি পাঠকৰ কণ্ঠ শুনক
Nagara naam artist nipan dutta kalita // নাগাৰা নামৰ ভিতৰৰ বহু কথাই কৈ দিলে // নিপন দত্ত কলিতা
Mintu das // new nagara naam // মিণ্টু দাসৰ কণ্ঠত নাগাৰা নাম// 8134804839
এইবাৰ তাল আৰু নাগাৰা ৰে খলকনি তুলিলে // প্ৰিয়ংকা শইকীয়াৰ // নাগাৰা নাম
Nagara naam of sunil rajbongshi // হৰি নামৰ মহিমা // সুনীল ৰাজবংশীৰ কণ্ঠত নাগাৰা নাম
Nagara naam banashmita deka //সত্যৱতীৰ স্বামী ভক্তি//বনস্মিতা ডেকাৰ নাগাৰা নাম
New nagara naam // mantu das // মণ্টু দাসৰ নাগাৰা নাম
ৰাজকুমাৰীৰ লাজ লাগি গ’ল // দীপক কুমাৰ // নাগাৰা নাম//
কৰ্মফলত জীৱৰ জন্ম হয় // দীপক কুমাৰ // Dipak kumar // 6000166963