UNOFFICIAL :: With Gunjan Borah
Devotional Video ,Vlog videos on various topics : Interview with Different quality peoples , Personal Vlog , Food Vlog Entertainment Etc..
Stay Happy , Keep Smiling
মই তেজপুৰৰ । এজন ব্যৱসায়ী হিচাপে মোৰ চিনাকি । তথাপি সামাজিক কামবোৰ কৰি ভাল পাওঁ । সুবিধা পালেই ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰো। হাঁহি ভাল পাওঁ , সুখী হৈ থাকিব বিচাৰোঁ। ভুল ভ্রান্তি বোৰ আঙুলিয়াই দিব ।
কামৰ মাজেৰে আমি নতুন প্ৰজন্মৰ প্ৰেৰণা হওঁ আহক ।
ঠিকনা :- বেছেৰীয়া , তেজপুৰ
বিশেষ জৰুৰী কথাৰ বাবে দিনৰ
১১ বজাৰ পৰা সন্ধ্যা ৭ বজালৈ ফোন কৰিব
📞7086990104
নিমন্ত্ৰণৰ বাবে কেৱল whatsapp কৰিব
🖨️9085093104
ডাঠ কাগজ ব্যৱহাৰ কৰি তৈয়াৰ কৰিলোঁ এটা বিশেষ ঘৰ । আপুনিও সন্তানৰ আনন্দৰ বাবে বনাব পাৰিব এনেধৰণৰ ঘৰ
এই বছৰৰ শেষৰটো বিধান । যিকোনো সমস্যাৰ বাবে কৰক এই সহজ উপায় । ২১ দিনতেই পাব সমাধান ।
মোক নিমন্ত্ৰণ কেনেদৰে জনাব । কেৱল আপোনাৰ বাবেই নিমন্ত্ৰণ ৰক্ষা কৰিম । জ্যোতিষীয়ে মোক কেনেদৰে ঠগিছিল
দুজন মদাহী যুৱকৰ সফলতাৰ সত্য কাহিনী । প্ৰেৰণা লাভ আপোনাৰ সন্তানে । প্ৰভুৰ কৃপা 🚩🚩🚩
শত্ৰু নাশৰ একমাত্ৰ উপায় বজৰং বান । এবাৰেই মাৰক বজৰং বান শত্ৰু আহি ভৰিত পৰিবহি ।
ঘৰৰ থাপনাত হনুমান প্ৰভুৰ কোনখন ফটো ৰাখিব। কোনখন ফটোৰ কি কি মহত্ব আছে । কেনেদৰে বাছনি কৰিব উত্তম ফটো
ভূত , প্ৰেতৰ ভয় লাগিলে বা ৰোগ হ'লে হনুমান চালিশাই কেনেদৰে সহায় কৰে জানো আহক ।
চাৰি যুগে অমৰ প্ৰভু হনুমানক অমৰ হোৱা বৰদান কোনে দিছিল !
সমূহীয়া হনুমান চালিশা পাঠ । Hanuman Chalisa Path
জুবিন দাৰ জন্মদিন বিশেষ । ১০০০ ছাত্ৰ ছাত্ৰীৰ লগত একেলগে মায়াবিনী গীতত অংশ লওঁ । MAYABINI
এই কথাখিনি শুনিলে লাজ লাগিব আপোনাৰ । মহিলাৰ পেটত কামোৰা বেজৰ ভণ্ডামি চলি আছে আমাৰ অসমত।
এটা সৰু ভুল । বহুত ডাঙৰ ক্ষতি । আজিয়েই শুদ্ধ কৰক আপোনাৰ ভুল । সংকল্প কোঠা কেনে হব লাগে !
তেজপুৰৰ এগৰাকী যুৱতীৰ সফলতা । কান্দি কান্দি দুখৰ কথা কৈছিল বজৰংৱলীক । একেদিনাই দিলে প্ৰমান ।
ৰাতিৰ ভিতৰতে দেখুৱালে চমৎকাৰ । বিহাৰত নিৰ্বাচন , অসমত প্ৰভুৰ আচৰিত চমৎকাৰ । বজৰং বানৰ এইয়াই শক্তি
মদ এৰাবৰ বাবে হনুমান সংকল্প কেনেদৰে ল'ব । ১১ দিন সংকল্প পাঠৰ নিয়ম কি ! JAI SHREE RAM
মঙলবাৰ নে শনিবাৰে কৰিব প্ৰভু হনুমানৰ ব্ৰত । কেনেদৰে পালন কৰিব লাগে ব্ৰত ! শনিবাৰ পালনৰ উদ্দেশ্য কি !
এদিনীয়া সংকল্প লৈ ১৩ দিনতে ঘূৰাই পালে ধাৰলৈ দিয়া টকা । কেনেদৰে লব এদিনীয়া সংকল্প । পুনৰ গোৱালপাৰালৈ
আপোনাৰ ঘৰৰ মূল থাপনাত হনুমান প্ৰভুৰ ফটো বা মূৰ্তি ৰাখিব পাৰিবনে ? কোন দিশত ৰাখিব লাগে হনুমানৰ ফটো
অহংকাৰ কৰিছে নেকি ? জীৱন সলাব পৰা এটা সৰু কাহিনী । কেনেদৰে সলনি কৰিছিলোঁ , আপুনিও পাৰিব ।
বজৰং বানত শ্ৰীৰাম চন্দ্ৰৰ শপত কেতিয়া আৰু কিয় দিয়া হয় । বজৰং বান পঢ়িলে অপকাৰ হয় নেকি ! JAI SRI RAM
মাত্ৰ দুদিনৰ ভিতৰতে ৰাইজে নিৰ্মান কৰিলে এখন দলং । বজৰং বান পাঠৰ বাবে মাজুলীলৈ যাত্ৰা 🙏🏻
ডিব্ৰুগড় যাত্ৰাত দুপদ অমূল্য উপহাৰ 🙏🏻 ৰাস উপভোগ কৰিবলৈ মাজুলীলৈ যাত্ৰা ❤️
ডিব্ৰুগড়ত মোৰ ঠিকনা । Best Home stay in Dibrugarh Town ।
প্ৰকৃত হনুমান চালিশা কোনখন ! অসমীয়াত পঢ়িলে ফল কিয় নাপায় ? Real Hanuman Chalisa 🚩
নিভেটিভ শক্তি কেনেদৰে ধৰা পেলাব । ঘৰত ইটোৰ পিছত সিটো অসুবিধা হৈ আছে নেকি ! কি কৰিলে সুফল পাব ।
মহিলাই হনুমান চালিশা পঢ়িব নালাগে ! কিয় ! মহিলাই হনুমান মুৰ্তি চুবলৈ কিয় নোৱাৰে ! যুক্তি কি ?
শনি দোষ ! শনিৰ যিকোনো দোষ খণ্ডন কৰাৰ সহজ উপায় কি ! মই এনেদৰেই কৰো উপায় সমূহ ।
আজি এজন লোকৰ অন্তিম ইচ্ছা পূৰ্ণ হ'ব 🙏🏻অকলশৰে মৰিগাঁৱলৈ যাত্ৰা
হনুমান সংকল্প ঘৰত নে মন্দিৰত ললে প্ৰভুৰ কৃপা পাব । কেনেদৰে লব সংকল্প । শেষৰ বাৰৰ বাবে ডিব্ৰুগড়লৈ
বাটৰে শেষতে ৰৈ ৰৈ বিনালে । আহি আছে জুবিন দা ❤️