SM RONGSORA

SM RONGSORA চেনেললৈ সকলোকে স্বাগতম জনালোঁ।অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন জনমানসত সিঁচৰিত কৰাই আমাৰ প্ৰধান লক্ষ্য।এই ক্ষেত্ৰত আপোনালোক সকলোৰে সহায় সহযোগিতাৰ অবিহনে আমি ক্ষুদ্ৰ।সেয়ে যি কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰ,প্ৰসাৰ আৰু ভিডিও গ্ৰাফিৰ বাবে আমাৰ লগত যোগাযোগ কৰক ।

যোগাযোগৰ নম্বৰ -৭৬৩৬৮২৪২৯০,৯৯৫৪৬৬১২০৮