Sangskritik khetra assam
আপোনাৰ যিকোনো সামাজিক অনুষ্ঠানত প্ৰচাৰৰ বাবে আমাৰ লগত যোগাযোগ কৰক , ফোন নং 9365066829
🙏 কৃষ্ণ 🙏 জয় গুৰু শংকৰ ♥️♥️ সাংস্কৃতিক ক্ষেত্ৰ অসম (sangaskritik khetra assam) YouTube channel লৈ আপোনাক সকলোকে আদৰণি জনাইছোঁ 💐💌
আমাৰ চেনেলটোত আপোনাৰ আগমনে আমাক আৰ্শীবাদ প্ৰদান কৰিছে ।। হে ভক্তপ্ৰাণ বৈষ্ণৱ সকল আপোনালোকৰ ৰুচি সম্পন্ন অসমীয়া ভাষা সংস্কৃতিৰ চিনাকি বিষয়বস্তুক সামৰি , বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ্ভাগৱতৰ অমৃত ময় বাণী , গুৰু জনাৰ অমূল্য সৃষ্টি ৰাজি আৰু অসমীয়া লোক সংস্কৃতিৰ কলা কৃষ্টিৰ প্ৰসাৰ আৰু প্ৰচাৰ কাৰৰ বাবে আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ।
অজানিতে আমাৰ এই ক্ষেত্ৰত ভুল হ'ব পাৰে । ভুলবোৰ আঙুলিয়াই দি আপোনালোকৰ অমূল্য দিহা পৰামৰ্শ প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ।।
♥️ ভগৱানে সকলোকে কৃপা কৰক♥️ কৃষ্ণ 🙏
লুৰিন জ্যোতি গগৈৰ উদাক্ত ভাষন । Lurin jyoti gogoi
দ্বিতীয় শ্ৰেষ্ঠ দল । সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ । Demow vauna compilation
দ্বিতীয় শ্ৰেষ্ঠ নাট । শকুনি প্ৰতিশোধ । ডিমৌ ভাওনা প্ৰতিযোগিতা ২০২৫
ৰাম বিজয় ।। শিশু ভাওনা ডিমৌ // Demow vauna compilation 2025
বিচাৰকৰ একাষাৰ । ডিমৌ ভাওনা প্ৰতিযোগিতা ২০২৫ ।। Demow vauna compilation result
ডিমৌ ভাওনা প্ৰতিযোগিতা ২০২৫ ৰ ফলাফল । Demow vauna compilation result
প্ৰথম শ্ৰেষ্ঠ ভাওনা।। কাম্যক নন্দিনী । Kamyak Nandini0 ।। First prize demow vauna compilation
কলিয়া দা । ফুলি আছে চেনী চম্পা ।। Rajib Saikia Demow vauna compilation
নাগকুলৰ ৰক্ষক জীমৃত । ডিমৌ ভাওনা প্ৰতিযোগিতা ২০২৫
বেদ নিধিৰ অভিনয়ত ৰাইজৰ বিপুল হাত চাপৰি । সুন্দৰ এটি দৃশ্য । ভাওনা প্ৰতিযোগিতা ডিমৌ
বৈদেহী বিয়োগ । ডিমৌ ভাওনা প্ৰতিযোগিতা ২০২৫
হৰিচন্দ্ৰ উপাখ্যান । দৰ্শকে কান্দি উঠিল । ডিমৌ ভাওনা প্ৰতিযোগিতা
প্ৰথম শ্ৰেষ্ঠ ভাওনা দল ধিতাই পুখুৰী। হংখধ্বজৰ কৃষ্ণ দৰ্শন ।। ভাওনা
কৰ্ণ আৰু কুন্তীৰ কৰুণ বাৰ্তালাপ । সঁচাকৈয়ে কৰুণ দৃশ্য ।।
শ্ৰীকৃষ্ণ আৰু শকুনিৰ মাজৰ সেই জনপ্ৰিয় সংলাপ ।। সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ধিতাই পুখুৰী ।
শ্ৰীকৃষ্ণ প্ৰৱেশ ও সংলাপ ।। সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা , ধিতাই পুখুৰী ।
কংস বধ ।। ডিমৌ ৰাস মঞ্চ ২০২৫ ।।Demow rakh
ৰাসৰ ধেমেলীয়া দৃশ্যাংশ ।। পদুমনি ৰাস , নিতাই পুখুৰী । Rakh comedy video
শংখচূড় বকাসুৰ ধেনুকাসুৰ বধৰ দৃশ্য ।। ডিমৌ ৰাস মঞ্চ । Rakh video
ৰাসৰ অতীত , বৰ্তমান আৰু ভৱিষ্যত প্ৰেক্ষাপট । আলোচক কন্দৰ্প সাগৰ দিহিঙ্গীয়া, গুৱাহাটী ।
মহাৰাসৰ নান্দনিক দৃশ্য ।। ডিমৌ ৰাস মঞ্চ । ময়ূখ শইকীয়া কৃষ্ণ
কৃষ্ণ জন্ম দৃশ্য ।। অমৃতা গগৈ দৈৱকী চৰিত্ৰ । ৰাস ২০২৫
মহাৰাস ।। কৃষ্ণ ময়ূখ শইকীয়া আৰু ৰাধা প্ৰস্তুতি দত্ত । ডিমৌ ২০২৫
ডিমৌ ৰাসৰ কমেডি দৃশ্য ।। Comady video || Demow rakh
অংকুৰ শইকীয়া কংস অভিনয়ত কপিল ডিমৌ ৰাস মঞ্চ । ৰাস ২০২৫ । Rakh
বেহাৰবাৰী মোহন আৰু পুতনা মাজত কাজিয়া ।। মাজুলী ৰাস ।। Majuli rakh 2025
অষ্ট্ৰিয়ানা দিহিঙ্গীয়া ৰাধা চৰিত্ৰত অভিনয় ।। কি সুন্দৰ দৃশ্য ।। মহাৰাস ২০২৫
মোহনে মাজুলীত এয়া কি কৰিলে 😳 ।। আচৰিত দেই । ৰাস পূৰ্ণিমা মাজুলী ২০২৫
ৰাস লীলা । দৈৱকী চৰিত্ৰত অমৃতা গগৈ । অভিনয় ভাল হৈছে নে ?
দৈৱকী চৰিত্ৰত অভিনেত্ৰী অমৃতা গগৈ । Armita gogoi actor rakh 2025