Mithun Das Mithunraj
কমেডি ভিডিও চাবলৈ মোৰ youtube channel টো subscribe কৰি দিয়ক
Nekib দা আৰু মই একে লগে বহুত ভাল লাগিল
নলবাৰী ৰাসত বহুত ভাল লাগি
কলাই গাও ৰাইজক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যাবাদ🙏আমাক ইমান মৰম দিয়াৰ বাবে
জিমৰিং গাওত আহিছিলো কমলা বাগান ফুৰিছিলো। এটা ভিডিঅ বনালো ভাল লাগিলে share কৰি দিব।
মেধীপাৰা ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যাবাদ
মই ও হাৰমানি নাজাও যি হয় দেখা জাব😇
১নং ধুইৱালাত আহি বহুত ভাল লাগিল। আপোনালোকে যিখিনি মৰম আশীৰ্বাদ দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ
বিতুক কইনাৰ ৰুপত কেনেকুৱা লাগিছে জনাব
আপোনালোকৰ মৰম-আশীৰ্বাদত আজি মই যাই আছো ঘোগা, এখন E-Scooty Dealer ৰ শুভ আৰম্ভণিত
যোৱা ৰাতি তৰকাৰী বনোৱাকলৈ বিতু ৰ লগত অলপ কাযিয়া হ'ল আৰু বৰ্তমান তাই কি তৰকাৰী বনাই আছে চাওঁ আহক।
হাহে মাহে এসাজ ডেকাৰ ঘৰত
আহক শিশুটিৰ মুখখনলৈ চাই আমি সকলোৱে মিলি অলপ সহায় কৰোঁ
এটা দুৰ্ভগীয়া পৰিয়াল, দুজন মানুহ, মাক-পুতেক দুয়োজনে চকুৰে দেখা নাপাই🥺
বন্ধুৰ Roomত ipl ছাব গৈ বহুত ডাঙৰ বিপদত মই😭
মই আজি বনাব যাই আছো মাছ 11 Cricket team🐟🏏
পনিৰ আৰু ৰুতি বাহ কি মজ্জা 🤤video ছালে আপোনালোকৰও জিভাৰ পানি ওলাব😁
বিতু'ৰ ভৰিৰ X-Ray ৰ Report অহিল, Finally Guwahati to Patna Ticket Comfirm
ঘৰত বনোৱা বিৰিয়ানি বেতাল আৰু নিপুৰ লগত Challenge (বিতু'ৰ ভৰিৰ X-RAY)
ৰাইজ আজি গৈ আছো ১টা খানা বনোৱা প্ৰতিযোগিতাত
আজি মই বনাইছো তিতা কেৰেলা আৰু মাছ তৰকাৰী🤣🤣
পঞ্চায়ত ইলেকচন উপলক্ষে আজি এটা Talk Show
ঋতুদাৰ লগত এটা ভাল লগা সময়
সকলো ধৰনৰ সামাজিক মাধ্যমৰ সমাস্যৰ সমাধান
আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আকৌ এটা উদ্ধোধনী অনুষ্ঠানত উপস্থিত হবলৈ সক্ষম হলো ধন্যবাদ🙏
মোৰ ফালৰ পৰা আপোনালোক সকলোকে মহা শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ🙏
থেঠা গোঁসাই থানত উপস্থিত থকা সকলো ভক্তৱান ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ🙏
চেচা বাসী ৰাইজ আৰু বালিসত্ৰ বাসী ৰাইজ বহুত বহুত ধন্যবাদ
আজি নলবাৰীত উপস্থিত আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন হলমাৰ্কিং জুৱেলাৰীত
9 January 2025
❤️happy new year all