BINDU BHUSHAN BORAH
নমস্কাৰ!
এই চেনেলৰ লক্ষ্য -
স্কৃতিয়েই জাতিৰ পৰিচয়; জাতিৰ আয়ুসৰেখা। ভাষা-সাহিত্যই জাতিৰ সন্মান, স্বাভিমান। শিক্ষাই জাতিৰ সমৃদ্ধিৰ জখলা। আমি নিজৰ সক্ষমতাৰে কিবা অলপ অলপ কৰি গ'লেও পৃথিৱীখন ধুনীয়া কৰিব পৰা যায়।
অসমীয়া সাহিত্য-সংস্কৃতি আৰু ভাষাশিক্ষণৰ কিছুমান বিষয় লৈ বিভিন্ন কৰ্মশালাত মোৰ পাঠদান দেখা পোৱা আৰু পাঠ গ্ৰহণ কৰা কিছুসংখ্যক লোকৰ অনুৰোধত নতুনকৈ ইউটিউব চেনেল এটা BINDU BHUSHAN BORAH নামেৰে আৰম্ভ কৰা হৈছে।
চেনেলটোত মুখ্যত: বিষয় থাকিব ৩টা।
১। ভাষা-শিক্ষণ আৰু ব্যাকৰণ
2। অসমীয়া সাহিত্য
৩। কবিতা আবৃত্তি
বৰ্তমান সময়ত এনেবোৰ বিষয়ৰ আলোচনা, প্ৰচাৰ ইউটিউবত হোৱাটো একপ্ৰকাৰ সময়ৰ আহ্বানো। ইউটিউবৰ অভিজ্ঞতা আমাৰ একেবাৰে নাই। আপোনালোকে গঠনমূলক সমালোচনা কৰিব, পৰামৰ্শ দিব।
আশিসপ্ৰাৰ্থী।
বিন্দু ভূষণ বৰা
Moi Nathakar Anubhav ৷ Cover song by Nishtha Bhushan৷ মই নথকাৰ অনুভৱ৷ জুবিনলৈ জন্মদিৱসৰ শ্ৰদ্ধাঞ্জলি
বিশেষ্য বিশেষণ পদ চিনাৰ নিন্জা টেক্নিক৷ Language Workshop ৷ BHB COLLEGE ৷ BINDU BHUSHAN BORAH
Посвящение Зубину Гаргу ।। Посвящение со всего Ассама 19-10-2025 ।।
Hindi Hit Songs sung by Zubeen Garg৷ Humming King ৷ জুবিন গাৰ্গে গোৱা জনপ্ৰিয় হিন্দী গীতবোৰ৷
Зубин Гарг Сердцеед из Ассама. Переводов нет.
প্ৰীতিৰ সুৱাসে৷ জুবিনলৈ শ্ৰদ্ধাঞ্জলি৷ B.B.Borah
মানুহে মানুহৰ বাবে৷ Song of Dr Bhupen Hazarika ৷
চন্দ্ৰবিন্দু মামা ৷ Chandrabindu Mama ৷Bindu Bhushan Borah ৷
আমাৰে সখীআ আকুল বিয়াকুলে৷ জ্যোতি সংগীত৷ সত্ৰীয়া নৃত্যৰ আৰ্হিৰে ৷ Dr.B.B.Borah
জীৱনী আৰু আত্মজীৱনীৰ ৯টা পাৰ্থক্য ৷ deferances between Biography and Autobiography ৷ #jiboni ৷
কোকৰাঝাৰৰ ছাত্ৰছাত্ৰীৰ অপূৰ্ব ঢোল বাদন আৰু বিহু নৃত্য৷ Commerce College Kokrajhar 2024
জীৱনীসাহিত্যৰ প্ৰকাৰসমূহ৷ জীৱনী ২০ প্ৰকাৰৰো অধিক হ’ব পাৰেনে ৷ Types of Biography ৷ #jiboni ৷
জীৱনীসাহিত্যৰ সংজ্ঞা ৷ জীৱনীসাহিত্যৰ সমল৷ জীৱনীসাহিত্যৰ লক্ষণ ৷ For BA/ MA ৷ #jiboni ৷
মৌখিক সাহিত্যৰ বৈশিষ্ট্য৷ অসমীয়া লোকসাহিত্য৷ লোকসাহিত্যৰ প্ৰকাৰ৷ #মৌখিকসাহিত্য
Paris Olympic 2024 ৷ India Gk ৷ Complete informations of Indian Medal winners ৷ #parisolympics2024
অসমৰ বাদ্যযন্ত্ৰ৷ BA/MA Assamese ৷ Musical instruments of Assam৷ #অসমৰবাদ্যযন্ত্ৰ
অসমীয়া ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ৷ অসমীয়া ভাষাৰ কৰ্মশালা৷ Assamese Language ৷ Dr.B.B.Borah
VERY IMPORTANT ABBREVIATIONS ৷ FUL FORMS ৷ #abbreviation
ভাষা শিক্ষণ কৰ্মশালা৷ দুলীয়াজান৷ 6 & 7 July, 2024 ৷ Dr.B.B.Borah
CULTURAL RALLY ৷ COMMERCE COLLEGE KOKRAJHAR৷ 2024 ৷ Dr.B.B.Borah
চৰ্যাপদ ৷ চৰ্যাগীত ৷ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন চৰ্যাগীত পৰিৱেশন৷ গায়িকা - সাধিকা তানিয়া ৷
Ram mandir ৷ Ayodha ৷ অযোদ্ধ্যাৰ ৰাম মন্দিৰ দৰ্শন৷ এক বিমল অভিজ্ঞতা ৷ Dr.B.B.Borah
HISTORY OF RADIO ৷ ৰেডিঅ’ৰ ইতিহাস আৰু যোগাযোগৰ মাধ্যম হিচাবে ৰেডিঅ’ৰ ভূমিকা ৷ 10 MARKS ৷Dr.B.B.Borah
ভাল আবেদন লিখাৰ কৌশল৷ important points ৷How to write application৷ Dr.B.B.Borah
Formal and informal communication ৷ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক যোগাযোগৰ ১০টা পাৰ্থক্য৷ #যোগাযোগ
অনুৰূপ শব্দ ৷ Assamese Grammar ৷ Assamese Similar words ৷ #অনুৰূপশব্দ
ভাষা শিক্ষণ কৰ্মশালা৷ ধেমাজি পাঁচআলি৷ ২০২৩৷ Dr.B.B.Borah
অসমীয়া পিঠাৰ নাম৷ আহকচোন, শুনো জ্যেষ্ঠজনে কি কয়৷ ইমানবোৰ পিঠা কি কি আৰু কেনেকৈ তপতায়৷ #অসমৰপিঠা
অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন ৷ ২০২৪ ৷