Diplina Gogoi

নমস্কাৰ,

মই দিপলিনা। এই চেনেলটোৰ জৰিয়তে মই আপোনালোকলৈ vlogs আৰু Embroidery Design ৰ Video সমূহ লৈ আহিবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে মৰমেৰে আদৰি লয় আৰু মোৰ চেনেলটোক Support কৰে।

ধন্যবাদ।