Krishi Jagran অসমীয়া
ভাৰতবৰ্ষৰ একমাত্ৰ বহুভাষী কৃষি সংবাদ গোষ্ঠী কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ আৰু অসমীয়া ভাষাৰ একমাত্ৰ কৃষি ইউটিউব চেনেল ‘‘কৃষি জাগৰণ অসমীয়া”। এই চেনেলটোত কৃষক আৰু কৃষিখণ্ডৰ সকলো বিষয়ৰ খবৰ আৰু প্ৰতিবেদন ভিডিঅ’ ৰূপত দৰ্শকসকলে লাভ কৰিব।
Assamese News Portal: asomiya.krishijagran.com
Mahindra Tractor : মহিন্দ্ৰা টেক্টৰছে অসমৰ কৃষকসকলৰ বাবে মুকলি কৰিলে টেক্টৰ নতুন ৪ টা মডেল।
Integrated Farming: ভোট জলকীয়াৰ লগত অমিতাৰ খেতি। King Chilly With Papaya Farming। Krishi Jagran।
Beetle Leaf Farming : ৩ আহিনতে পাণ খেতি কেনেকৈ কৰিব! Krishi Jagran Assamese। Agriculture News
Success Story : বহিঃৰাজ্যৰ পৰা উভটি আহি খেতিত লাগিল। Krishi Jagran Assamese। Agriculture News
মেহগনিৰ লগত মিশ্ৰিত পদ্ধতিৰে হাইব্ৰীড আম, ভোট জলকীয়াৰ লগতে ঋতুকালীন শস্যৰ খেতি কৃষক ধনীৰাম চেতিয়াৰ
আগতীয়া লাইশাকৰ খেতি কৰি এবিঘা মাটিৰ পৰা এক লাখ ডেৰ লাখ টকা কেনেকৈ উপাৰ্জন কৰিব।
খেতি কৰিয়েই প্ৰথমশ্ৰেণী চাকৰিয়ালৰ দৰে জীৱন কটোৱা এজন কৃষক। Krishi Jagran Assamese।
Turmeric Farming : ধেমাজিত ভোট জলকীয়াৰ বিকল্পৰে হালধি খেতি। Krishi Jagran Assamese।
ধেমাজি ৰম্যপুৰৰ পথাৰত শুঁৰপোকৰ আক্ৰমণ! কৃষি বিভাগৰ কীটনাশক বিতৰণ। Assam Agriculture News
ধেমাজিত ২০ বিঘা মাটিত হাইব্ৰীড বগৰী খেতি। Apple Berry Farming in Dhemaji। Assam Agriculture News।
কৃষিকৰ্মৰে স্বাৱলম্বী চিলাপথাৰৰ ভক্তেশ্বৰ সোণোৱাল
বিশ্বনাথত এজন শিক্ষকৰ কৃষি বিপ্লৱ
কৃষিকৰ্মৰে স্বাৱলম্বী চিলাপথাৰৰ ভক্তেশ্বৰ সোণোৱাল
বিশ্বনাথত এজন শিক্ষকৰ কৃষি বিপ্লৱ
বিঘাই প্ৰতি পাইছে ২৬-৩০ কুইন্টলকৈ ধান।
হাইব্ৰীড ধানৰ খেতি কৰি এবিঘা মাটিৰ ২৬-৩৫ মোনকৈ ধান
চাৰিওফালে কেৱল আৰু বৰোধান আৰু বড়োধান।
হাইব্ৰীড ধানৰ খেতিৰে আলোড়ণ সৃষ্টি কৰিছে কামৰূপ জিলাৰ সোণতলী অঞ্চলত.....
এগৰাকী মহিলাই খেতি কৰিছে তাকে লৈ কি কৈছে এইজন ব্যক্তিয়ে!
নলবাৰীত এগৰাকী মহিলাৰ হাইব্ৰীড বৰোধানৰ খেতি
সৰিয়হ চপোৱাৰ পাছতে কৰা ধান পকিছে এতিয়া!
হাইব্ৰীড ধানৰ খেতি মানেই লাভেই লাভ
এবিঘা মাটিত উপাৰ্জন হৈছে ৩ বিঘা মাটিৰ সমান
থলুৱা ধান ৮-১০ মোন পোৱাৰ পথাৰত কৃষকে হাইব্ৰীডত পাইছে ৩০-৩২ মো
৩ বিঘা মাটিৰ সমান উপাৰ্জন হ’ব
৩ বিঘা মাটিৰ সমান উপাৰ্জন হ’ব
বৰপেটাত ধান খেতি কৰিব নোৱৰা শ শ বিঘা দ পথাৰত মৰাপাটৰ খেতি
এবিঘাত ২৬-৩০ মোন পাব
ধুবুৰীত চাৰিওফালে বৰো ধানৰ খেতি প্ৰতিবিঘাত পাইছে ৩০-৩৫ মোন ধান
হাইব্ৰীড ধানৰ খেতি কৰি মুখত তৃপ্তিৰ হাঁহি কামৰূপৰ কৃষকৰ