AS05 ROKTIM SAIKIA

নমস্কাৰ প্ৰিয় দর্শক পোন প্রথমে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ জনাইছোঁ  মৰম আৰু সেৱা। অসমীয়া কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ ক্ষেত্ৰত আমাৰ যাত্রা,
সেইহেতু আমাক আগুৱাই যোৱাত সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ আৰু ভিডিও আপোনালোকলৈ আগবঢ়াই আহিছো। আমাৰ অনুৰোধ আমাৰ চেনেল টি subscribe কৰি,,,আমাক আগলৈ আৰু কাম কৰি যাবলৈ অনুপ্ৰেৰণা দিব বুলি আশা কৰিলোঁ।