GYAN VIKASH (জ্ঞান বিকাশ )

এই চেনেলটোৱে আপোনালোকক প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কে সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিব। আপোনালোকৰ সহযোগিতাই আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিব। আশাকৰোঁ আমাৰ এই নতুন যাত্ৰাত আপোনালোক সকলোৱে সহযোগিতা আগবঢ়াব।
GRADE 1, GRADE 2 , GRADE 3, GRADE 3
ASSAM TET
BTC TET
SSC
ENTRANCE EXAMS like B.ed, M.ed, PG, CUET etc.
ELIGIBILITY TEST LIKE- NET, SLET- COMMON PAPER AND MAIN PAPERS OF ASSAMESE AND COMMERCE