Learning Point Assam

নমস্কাৰ🙏🙏
প্ৰিয় বন্ধু-বান্ধৱী/ছাত্ৰ-ছাত্ৰী সকল,
"Learning Point Assam" YouTube Channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ই এটি শিক্ষামূলক YouTube Channel. এই Channel ৰ জৰিয়তে শিক্ষা মূলক ভিডিঅ (যেনে- Class:I-XII all Subject Questions & Answers, English Grammar, Assamese Grammar, GK & Current Affairs, All Competitive Exams related Important Questions and Answers, Important MCQ,......ইত্যাদি) ৰ ওপৰত সম্যক জ্ঞান পাব আৰু লগতে চাকৰি (নিয়োগ) সম্পৰ্কীয় বিভিন্ন খা-খৱৰ পাই থাকিব। শেষত, আপোনালোকৰ গঠনমূলক পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰি আপোনালোকে Channel টো Subscribe কৰিব বুলি আশা ৰাখিলোঁ ।
ইতি,
ধন্যবাদেৰে.......
Learning Point Assam