Moulana Mustafa Official

As-salamu A'laikum
ٱلسَّلَامُ عَلَيْكُمْ
আপোনালোকৰ অত্যন্ত মৰম সঁহাৰি, আন্তৰিকতাৰ বাবে নিভাঁজ হৃদয়ৰ কোণৰ পৰা মই ধন্যবাদ জনাইছোঁ ।
আমাৰ এই ইছলাম ধৰ্মীয় ইউটিউব চেনেলটিৰ জৰিয়তে আপোনালোকে ইছলাম ধৰ্মীয় কিছু আলোচনা, বিশেষকৈ মই অংশগ্ৰহণ কৰা জলছাহ, ইছলামী অধিৱেশন, দ্বীন সম্পৰ্কে আলোচনা কৰা আমাৰ ভিন্ন অনুষ্ঠানসমূহৰ ভিডিঅ' মোৰ থলুৱা ভাষাতে চেনেলটিৰ জৰিয়তে চাবলৈ পাৰিব।
আনহাতে আমি নিশ্চয়কৈ জানো, ভাল কথা আলোচনা কৰাৰ লগতে শ্বেয়াৰ কৰাত কোনো বাধা নাই । আপোনালোকে ভিডিঅ'সমূহ চাবলৈ, সময় মতে পাবলৈ চেনেলটি SUBSCRIBE কৰি ৰাখিব পাৰে ।

আটাইলৈ ধন্যবাদ আৰু শুভেচ্ছাৰে...🎈

মৌলানা মোস্তাফা আহমেদ 📌

মুক্তাপুৰ (কামৰূপ, অসম) 🏘️

For Business enquiry

Tel : 📞 9395753988

Mail :[email protected]