Samannay
contact details -
phone no - 8134011143 (WhatsApp only)
mail id - [email protected]
#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam
Catfish with brinjal |
Pork with radish leaves | ultimate taste of pork | pork recipe |
Chicken with banana stem। পচলা লগত কুকুৰা মাংস । এই সোৱাদ পাহৰিব নোৱাৰি ।
ছাগলী মাংসৰ এটি লোভনীয় জুতি । mutton masala curry ।
dinner whole family with tasty duck meat ।
কলদিলৰ পকৰা আৰু পিটিকা । কচু বিলাহীৰ দাইল ।
থলুৱা পদ্ধতিৰে গাহৰিৰ মাংস । village style pork recipe ।
সম্পূৰ্ণ নিৰামিষ এসাঁজ । Papaya flower and bamboo shoots |
কুকুৰা মাংস কল পচলাৰ লগত ।
আফুগুটি দি বনোৱা বাহু মাছৰ আঞ্জা বাঙালী পদ্ধতিত। কলদিলৰ পকৰা ।
খুৰাদেওয়ে বনোৱা চুঙা পিঠা ।
বহাগ বিহুৰ বাবে পিঠা পনা। থেকেচা পিঠা আৰু কণী পিঠা ।
মিচিং সম্প্ৰদায়ৰ চাই মদৰ লগত পোৰা গাহৰিৰ মাংস । বনৰীয়া পাতৰ লগত গাহৰি মাংসৰ জুতি ।
চুকাফা বিহু দলৰ আগন্তুক বিহুৰ বাবে প্ৰস্তুতি । বিহুৰ আখৰা ।
মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত গাহৰি মাংসৰ প্ৰস্তুত প্ৰণালী । Tasty pork recipe in mising style ।
হোলীৰ উৎসৱত ভোজপুৰী সম্প্ৰদায়ৰ প্ৰধান মিঠাই গুজীয়া।
আইতাৰ হাতেৰে বনোৱা গাহৰিৰ মাংসৰ এটা unique recipe ।
মাছৰ জুতিৰ লগতে কিছু গীত আৰু কিছু জীৱনৰ কথা ।
এগৰাকী এনাই যিগৰাকী দ্বিতীয় বিশ্বযুদ্ধ, স্বাধীনতা, ভূমিকম্প,চীনা যুদ্ধৰ সাক্ষী।
নেপালী প্ৰণালীয়ে ৰন্ধা ছাগলী মাংসৰ ভোতোৱা । perfect taste ।
আইতাই শিকাই দিয়া পদ্ধতিৰে আজি মধুসোলেং মাছৰ আয়োজন । কলা মানুহৰ খোলা কথা । আইতাৰ স্মৃতি সমূহ ।
শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জীৱন সংগ্ৰাম কৰি অহা এজন ব্যক্তিৰ কথাৰে ।
মিচিং সম্প্ৰদায়ৰ আলি আয়ে লৃগাং উপলক্ষে আজিৰ আয়োজন । গাহৰিৰ মাংস ইমান সোৱাদপূৰ্ণ কবলৈ ভাষা নাই ।
শুৱলা কণ্ঠৰ অধিকাৰী ভাইটিটোৱে গানৰ মাজে মাজে বনোৱা মানিমুনি মাছৰ জোলকণ।
ইমান বয়সৰলৈকে সুস্থ শৰীৰে ঘৰৰ সকলো বিলাক কাম কৰি যাব পৰা এগৰাকী আইতা ।
আহোম সকলৰ মে-ডাম-মে-ফী বিষয়ে কিছু কথা জানো আহক । me-dam-me-phi ।
খুহুতীয়া কথাৰ লগতে ভাইটীটোৰ লগত খাচী মাংসৰ বনোৱা অভিজ্ঞতা । কাজলেৰে দাড়ি আঁকি বিহু মঞ্চত উঠিছিল ।
আইতাই বনোৱা মাছৰ টেঙা জোলকণ, ইমান সোৱাদ লগা ..
চাবুৱা অঞ্চলৰ এখন গাঁৱৰ মাঘ বিহু উদযাপনৰ উল্লাহ। ভোগালী বিহু । সমন্বয়।