Being Axomiya

Being Axomiya মূলত: এটা শিক্ষামূলক আৰু মনোৰঞ্জনৰ Youtube Channel ৷

*প্ৰথম কথা হ’ল আমি একো একোজন শিক্ষাৰ্থী৷বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজেই যিসমূহ প্ৰস্তুতি চলাই থাকো তাকে আপোনালোকৰ সৈতেও video আকাৰে share কৰোঁ ৷ আপোনালোকেও video সমূহ চাব আৰু উপকৃত হ’লে like,share আৰু subscribe কৰিব ৷ আপোনালোকে দিহা পৰামৰ্শও দিব ৷

*দ্বিতীয়তে পোনপ্ৰথমে আমি channelটোত বিভিন্নধৰণৰ video upload কৰিছিলোঁ যদিও এতিয়াৰ পৰা কেৱল লাগতিয়াল videoহে uploadকৰিম ৷ আমাৰ সৈতে সংযুক্ত হৈ থাকিব৷

* আপোনালোকৰ সুবিধাৰ বাবে আমি Playlistত সকলো Topic ভাগ ভাগ কৰি সজাই ৰাখিছো ৷ আপোনালোকে তাৰ পৰা লাগতিয়াল সমূহ বাছি চাব পাৰিব ৷

*এইদৰেই আপোনালোক আমাৰ সহযাত্ৰী হৈ থাকিব বুলি আশা কৰিছোঁ৷

ধন্যবাদ ৷জয় আই অসম

Please subscribe to our channel for
#educational and #entertainment purposes.

Please support us.
Your subscription is our inspiration.