SSC ASSAM 2.0

নমস্কাৰ
SSC ASSAM 2.0 চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো।
এই চেনেলটোত আমি Assam Police, Assam TET, Assam Gred-3,ADRE Exam ৰ কাৰনে General knowledge আৰু Current affairs ৰ প্ৰশ্ন আলোচনা কৰিম।
যদি আপোনালোকে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেতিয়া আমাৰ চেনেলৰ জৰিয়তে যথেষ্ট সহায় পাব।
ধন্যবাদ।