Wahida's Vlog
Hi Myself Syeda Wahida, originally from Nogaon and married to Golaghat. Welcome to my YouTube Channel “Wahida’s Vlog”. It is purely an Assamese Channel. Here, you can watch every type of video like recipes, traveling, daily vlogs etc. I need your support. So, please do subscribe my channel and press the bell icon as well as the like button.
ফ্লেটৰ কাম কিমান দূৰ আগবাঢ়িল | তাত গৈ কি কি দেখিলো | Assamese vlog | Daily vlog
ঘৰৰ সন্মুখত বাঘৰ আতংক | বাঘৰ ভয়ত দৰজা খিৰিকি বন্ধ কৰি থ'ব লগীয়া হৈছে | আমাৰ এটা বিশেষ দিন
মই কিয় ক্ষীণাইছো । জন্মদিন বুলি মানুহজনে কি যে বস্তু আনিছে 😄| চিলায়ে চশমা কিয় পিন্ধিছে
গালখন ফুলি গৈছে | অৱস্থা বেয়া | চিলাই আহি কি কি কৰি দিলে | বহুত দূৰৈৰ পৰা আমাৰ বাবে gift আহিল
ৰৌনক আৰু Husband ৰ গান শুনালো | কিহৰ বাবে ৰৌনকে Certificate পালে | স্বাধীনতা দিৱস | Assamese vlog
কাৰ্বি আংলং গৈ আৰ্জুৰ কি যে অৱস্থা | চাৰি ঘণ্টা ধৰি পানীত সোমাই থাকিলো | Assamese vlog | Daily vlog
আৰ্জুক লৈ গোলাঘাট পালোহি | মই ঘৰত থাকিলে কিয় ভিডিও নবনাও | Assamese vlog | Daily vlog
আৰ্জুৱে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে | বজাৰ কৰা হৈ গ'ল | Work from home | Assamese vlog | Daily vlog
তিনিদিন ধৰি ৰৌনক ঘৰত নাই | ক'লৈ গৈছে সি | মাক বাপেক নোহোৱাকৈ এতিয়া ফুৰিব পৰা হৈ গ'ল | Assamese vlog
পেহী হ'লো | এক বুজাব নোৱাৰা আনন্দ | "ভতিজা" ল'ৰা নে ছোৱালী | কেতিয়া আৰু ক'ত হ'ল | Daily vlog
আৱতৰীয়া পিকনিক | সকলোবোৰ লগ লাগি খুব ফুৰ্তি কৰিলো | ৰাতি তিনি বাজি গ'ল | Daily vlog | Assamese vlog
চিলা ক'ত আছিল | কেতিয়া আহিল | চিলা অহাৰ পাছতে পাৰ্টি আৰম্ভ হ'ল | Assamese Vlog
ঘৰৰপৰা আহি নিমন্ত্রণ খাই ফুৰিছো | ঈদৰ নিমন্ত্রণ এতিয়াহে গ্রহণ কৰিছোঁ | Assamese vlog | Daily vlog
কাৰ আমন্ত্রণত গুৱাহাটী পালোগৈ | এনেকুৱা এটা পৰ্যায় পাম বুলি কেতিয়াও ভবা নাছিলো | Assamese vlog
ঈদৰ ভিডিও দিওঁতে কিয় পলম হ'ল | ঈদৰ দিনটো কিদৰে পাৰ হ'ল | বিশেষ এটা কামৰ বাবে নগাঁও পালোহি
এইবাৰ ঈদত অকলেই সকলোবোৰ কৰিব লগীয়া হৈছে | চিলা নাই | ঈদৰ পিছত তাই আহিব | Assamese vlog | Daily vlog
এটা ভাল খবৰ আছে | মই জেঠাই নে পেহী হ'ব ওলাইছো | Assamese vlog | Daily vlog
নগাঁও ৰ পৰা গুৱাহাটী পালোগৈ | বাই শাশুৰ ঘৰ পালোগৈ | কিয় গ'লো গুৱাহাটী | Assamese vlog | Daily vlog
নতুন গাড়ী | গাড়ী কিনাৰ পাৰ্টি চলি আছে | পুনৰ চিলা আৰু ৰৌনকৰ মাজত কাজিয়া চলিছে | Assamese vlog
জোৰন খাবলৈ গৈ নগাঁৱৰ মানুহ লগ পালো | আমাৰ ঘৰৰ ওচৰৰ | চিলা ঘৰলৈ আহিছে | Assamese vlog | Daily vlog
খুড়াৰ ল'ৰাৰ বিয়া | বিয়াত বহুতকে লগ পালো | কইনা মোৰ আপোন হয় নেকি | Assamese vlog | Daily vlog
ল'ৰাৰ স্কুলত বিহু উদযাপন | এক সুন্দৰ আয়োজন | লগতে পৰীক্ষাৰ ফলাফল | Assamese vlog | Daily vlog
গাৱঁৰ এখন বিয়া | আজি নিকাহ | দৰা ঘৰিয়া মানুহৰ বাবে যা যোগাৰ কৰি আছো | কইনা বিদায় | দুখ লগা মূহুৰ্ত
গাৱঁৰ এখন ব্যতিক্রমী বিয়া | খেলাধূলাৰ পৰা ধৰি সকলোবোৰ আছে | হেৰাই যোৱা দিনবোৰ | Daily vlog
বিয়াৰ মাজতেই গা বেয়া হ'ল | নিকাহ দেখুৱাব নোৱাৰিলো | শিৱসাগৰ ত বিয়া | Assamese vlog | Daily vlog
আজিৰ পৃথিৱীত মানৱতা নোহোৱা হৈ গ'ল | বিয়া বুলি শিৱসাগৰ পালোগৈ | Assamese vlog | Daily vlog
ঈদৰ পাছত অহা আলহি | ঈদত ফুৰিবলৈ গৈ হুলস্থুলিয়া পৰিবেশৰ সন্মুখীন হ'লো | Eid special | Daily vlog
আমাৰ গাওঁত ঈদৰ দিনটো কিদৰে পাৰ হয় | সৰু ডাঙৰ মিলি বহুত ধেমালি কৰা হয় | Eid special and daily vlog
2025 ৰ শেষৰটো ইফতাৰ কাক দিলো | ঈদৰ কাম আৰম্ভ কৰিলো | ঘৰ ধুই পেলালো | Ramzan | Ifter | Eid
চিলা ঘৰত নাই | ইফতাৰৰ সকলো কাম ভাগ কৰি লৈছো | ৰৌনকৰ ৰিজাল্ট দিলে | কেনেকুৱা হ'ল | Ramzan vlogs