Pratham Open School Assamese & Rabha
প্ৰথম মুক্ত বিদ্যালয়, প্ৰথম এডুকেচন ফাউণ্ডেচনৰ এক ডিজিটেল উদ্যোগ। ইয়াৰ লক্ষ্য হ'ল , সৰু-ডাঙৰ সকলো শিশুকে, পঢ়া, লিখা আৰু শিকাৰ এটা মুক্ত শৈক্ষিক ব্যৱস্থা কৰি দিয়া, যাতে তেওঁলোকে নিজৰ পঢ়াশালি, কাম-কাজ আৰু ভৱিষ্যৎ জীৱনৰ বাবে নিজকে তৈয়াৰ কৰিব পাৰে। আমাৰ পাঠ্যক্ৰম ৩ৰ পৰা১৮ বছৰৰ শিশু, কিশোৰ- কিশোৰীৰ স্ব-শিক্ষাক উৎসাহিত আৰু সহায়ৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে। ইয়াক একক বা দলগত ভাবে ব্যৱহাৰ কৰিব পাৰি। সংলাপ ভিত্তিত নিৰ্মিত এই পাঠ্যক্ৰম ১২টা ভাৰতীয় ভাষাত উপলব্ধ।
তুমি আমাৰ অন্য ভাষাৰ চেনেল বোৰ চাব পাৰিবা আৰু আমাক ইয়াত সৰ্ম্পক কৰিব পাৰিবা। https://www.youtube.com/c/PrathamOpenSchool/channels
Artificial Intelligence for Everday Use (Assamese) | কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সৈতে প্ৰতি দিন সহজ
AI : Your Creative Partner (Assamese) | এ আই : তোমাৰ সৃষ্টিশীল বন্ধু
Risks & Responsibilities Associated With AI (Assamese ) | এ আইৰ সতে জড়িত বিপদ আৰু দায়িত্বসমূহ
How Do AI Tools Work (Assamese) | AI সঁজুলিয়ে কেনেকৈ কাম কৰে
Fundamentals of AI and Its Types (Assamese) |এ আই ৰ সম্পৰ্কে প্ৰাথমিক জ্ঞান আৰু ইয়াৰ প্ৰকাৰ
Introduction to AI (Assamese) | এ আই ৰ সৈতে পৰিচয়
My village, from a satellite view! (Assamese) | মোৰ গাঁওখন, উপগ্ৰহৰ দৃশ্যৰ পৰা!
Catapult Challenge (Assamese) | কেটেপাৰ প্ৰত্যাহ্বান
Clowning (Assamese) | ক্লাউনিং
Effects of plastic on Human Health - Rongdani (Rabha) | কায়নি কানতি প্লাষ্টিকনি ছৗনচি
Checking Air Quality Index Using Google Map(Assamese)গুগল মেপ ব্যৱহাৰ কৰি বায়ুৰ গুণাগুণ সূচক পৰীক্ষা
Mix Media (Assamese) | মিক্সড মিডিয়া
Song Making (Assamese) | গান সৃষ্টি কৰা
Plastic Recycling: From Trash to Treasure (Assamese) | প্লাষ্টিকৰ পুনঃব্যৱহাৰ: আৱৰ্জনাৰ পৰা কনক
Dumping Grounds:The Mountains We Make (Assamese ) | ডাম্পিং গ্ৰাউণ্ড : আমি সৃষ্টি কৰা আৱৰ্জনাৰ পাহাৰ
Radial name art (Assamese) | ৰেডিয়েল নেম আৰ্ট
Block Print Design (Assamese) | ব্লক প্ৰিন্ট ডিজাইন
Puppet Show (Assamese) | পুতলা নৃত্যৰ প্ৰদৰ্শনী
First Aid:Techniques of lifting and transportation(Assamese)|ভুক্তভোগীক ডাঙি আৰু কঢ়িয়াই নিয়াৰ কৌশল
Insurance: Your Financial Safety Net (Assamese) | বীমা: আপোনাৰ আৰ্থিক সুৰক্ষা নেট
Financial Schemes for Women (Assamese) | মহিলাৰ বাবে বিত্তীয় আঁচনি
Debts and Loans (Assamese) | ধাৰ আৰু ঋণ
Niramaya Scheme (Assamese) | নিৰাময় আঁচনি
The Basics of Investments: What, Why and Where? (Assamese) |
First Aid for Fire Victim (Assamese) | জুয়ে পোৰা লোকৰ প্ৰাথমিক চিকিৎসা
Financial Scams, Frauds & Safety Measures (Assamese) |
Reading Bills and Transactions Correctly (Assamese) | বিল সমূহ আৰু লেনদেনৰ সম্পৰ্কে সঠিকভাৱে পঢ়া
First Aid for Poison Ingestion (Assamese) | বিষক্ৰিয়াৰ বাবে প্ৰাথমিক চিকিৎসা
ATMs:Convenience, Benefits, and Safety Tips (Assamese) | এটিএম'ৰ:সুবিধা, লাভ, আৰু সুৰক্ষাৰ পৰামৰ্শ
First Aid for Head Injury (Assamese) | প্ৰাথমিক চিকিৎসা মূৰত আঘাত