Bhupen Charingia official

সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটো লৈ। অসমৰ ইটো-সিটোৰ লগতে কৰ্ম জীৱনৰ সৰু বৰ স্মৃতি বোৰ সাঁচি ৰখাৰ প্ৰয়াস। গতিশীল সময়ত কেতিয়াবা চাব বিচাৰিলে চাব পাৰিম । লগতে ভাই-ভনী সকলক উশ্বাস, উদ্দীপনাৰে সহায় হোৱাকৈ বিভিন্ন বিভাগৰ চৰকাৰী, বেচৰকাৰী চাকৰি খবৰ বোৰ লৈ আহিম।
কিবা ভুল হ'লে আঙুলিয়াই দিব।। সকলোয়ে সহায় সহযোগ কৰিব । চেনেলটো ভাল লাগিলে লাইক চেয়াৰ আৰু চাবছক্ৰাইব কৰি দিব ।
জয় আই অসম 🙏🙏🙏