Butterfly JINA
Travel & Food.....
I am jina from Guwahati Assam
এনেকুৱা ঠাই পালে আৰু জীৱনত কি লাগে 💃 কি যে মনোমোহা আমাৰ অসম , বিহাৰীৰ যি ফূৰ্ত্তি ।
Long Video নিদিয়াৰ কাৰণবোৰ , কাম নকৰিলে নহব যে ।
গাওঁৰ পৰিবেশ আৰু আমি ❤️ গাওঁৰ পৰিবেশৰ কথাই সুকীয়া।
পৰিয়ালৰ লগত কটোৱা মুহূৰ্তবোৰ সাঁচি ৰাখি ভাল লাগে
তিনি বছৰৰ মূৰে মূৰে হোৱা চাৰাইবাহিৰ কমিটী ভাওঁনা ।
ডাঙৰ বা হতৰ ঘৰত এৰাতি , বহুত দিনৰ মূৰত ৰাতি থাকিলোঁ মৰিগাঁওত
নামঘৰৰ গুৰু আসন ভাগ স্থাপন কৰাৰ কিছু মুহূৰ্ত, চাৰিওপিনে নাম প্ৰসঙ্গৰ ধ্বনি।
ইয়ালৈ আহিলে যাবলৈ মনেই নাযায়, মামাহঁতৰ ঘৰত অকল খোৱাৰহে কাম মোৰ
ৰাস পূৰ্ণিমা মৰিগাওঁ কুশতলিত , বিহাৰী প্ৰথমবাৰ দেখিলে ।
মামা হতৰ ঘৰ বুলি কলে আৰু পৰম সুখ, বিহাৰী প্ৰথম বাৰলৈ আহিছে মৰিগাওঁত
মৰিগাওঁ চৰাইবাঁহী কমিটী ভাওঁনা, তিনি বছৰ মূৰে মূৰে হয় এইবাৰ আমাৰ দৰ্শন কৰাৰ সভাগ্য কণ হল ।
ৰাজস্থানত এনেকৈয়ে দিনবোৰ যায় 😍
এগালমান পাৰ্চেল আজি জমা দিলোঁ , দুই তিনি দিনত সকলোৱে পায় যাব
ৰাজস্থানত আৰাম গুৱাহাটীত হাৰাম হয় যায়, কামেই শেষ হৈ নাহে হে🤭,
গুৱাহাটী আহিয়ে পেকেজিংৰ কাম আৰম্ভ। পাৰ্চেল সোমবাৰে পঠিয়াম ।
যাত্ৰা অব্যাহত প্ৰায় 56 ঘণ্টীয়া এটি যাত্ৰা
Последний день в Раджастхане, сегодня к нам пришли учителя и персонал школы Папы.
ৰাজস্থানত এতিয়া বন বগৰীৰ বতৰ, অসমত কেতিয়াও দেখা নোপোৱা এবিধ ফলৰ গছ
ৰাজস্থানত অসমৰ মানুহ এঘৰত আজি নিমন্ত্ৰণ , ৰাজস্থানত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুত ছোৱালী।
Bike Ride কৰি খাতু শ্যাম মন্দিৰ দৰ্শন , ৰাজস্থানত অৱস্থিত এভাগ প্ৰসিদ্ধ মন্দিৰ ।
ৰাজস্থানটো পাহাৰ আছে , আজি পাহাৰত অৱস্থিত বালাজি মন্দিৰ দৰ্শন কৰিলোঁ।
ৰাজস্থানত তিলৰ খেতি ,মৰুস্থলতো ইমান ধুনীয়া খেতি - পথাৰ। তিলৰ খেতি ছপোৱা সময় । সপৰিয়ালে একেলগে আজি
প্ৰথম বাৰ ইমান ডাঙৰ shopping Mall ত বিহাৰী আৰু মই । মেডিকেল চেক আপ আছিল আজি দিল্লীত।
ৰাজস্থানত আজি ৰাম ৰাম , নতুন সদস্য আহিল আজি দিপাৱলী উপলক্ষে ।
ৰাজস্থানৰ দিপাৱলী , পোহৰৰ উৎসৱ আনন্দত আত্মহাৰা ৰাজ্যবাসী । আমাৰ ঘৰত এইবাৰ আগৰ নিচিনা উল্লাস নাই।
ৰাজস্থানত আজি এটা খুব জৰুৰী কাম কৰিলোঁ । এতিয়া ৰাজস্থান খনো মোৰ বহুত আপোন।
ৰাজস্থানত কাতি বিহুৰ পৰ্ব , জুবিন দা বিহীন প্ৰথমটো কাতি বিহু। বিহু অসমীয়াৰ মান ,প্ৰাণ , আবেগ ।
ৰাজস্থানত ফুৰি ভাল লাগে , আজি ৰতনগড় গলো ।
ৰাজস্থানৰ ঘৰৰ পৰিৱেশ, খেতি পথাৰ আৰু জীৱন শৈলীবোৰ
হাৰ্টৰ অপাৰেশ্যনটো হল আজি দিল্লীত । দিল্লীৰ Max Super speciality Hospital