Assam Institute • 6.7K views • 2 hours ago ...

hi , মই Digbijoy Phukon . তোমালোক সকলোৰে Digbijoy দাদা । আহা আমি সকলোৱে মিলি সমাজ বিজ্ঞান পঢ়ো। Class 6 ৰ পৰা 10 লৈ সমাজ বিজ্ঞানৰ সকলো পাঠৰ question Answer, Previous year questions , Notes আৰু one shot video এই চেনেলত উপলব্ধ। লগতে Class 11 ৰ Education, political science আৰু Economics ৰ video এই চেনেলত উপলব্ধ। চেনেল টো subscribe কৰা আৰু Assam institute ৰ এজন সদস্য হৈ লোৱা। আৰু please Sir bhabi ভয় নাখাবা । Dada ভাবি পঢ়িবা


Remember "It's not just an online platform — it's an emotion, a family."

100 subscriber family ( মৰমৰ ভাইটি ভন্টি সকল)complete :- 18 June 2025