DMK ASSAM

Welcome to DMK ASSAM . DMK ASSAM, deals with English Grammar , English and Assamese Textbook Discussion , Textbook Questions Answers , Educational Tips , Inspirational / Motivational videos , Quiz in Assamese , Assamese Grammar , Assamese learning , Quotations.
প্ৰথমতে DMK ASSAM channel লৈ স্বাগতম। DMK ASSAM channel টোত সকলোধৰণৰ Educational video upload কৰা হ'ব।পঢ়া-শুনাৰ প্ৰতিও মনোযোগী কৰি তুলিবলৈ সকলো ধৰনৰ Tips এই DMK ASSAM channel টোত দিয়া হ'ব।আমাৰ DMK ASSAM channel টোৰ উদ্দেশ্য হ'ল যে আজি কালি প্ৰায় সকলো student ৰ হাততে মোবাইল ফোন থকা দেখা যায়। এই মোবাইল ফোনটোক এটা সঠিক পথত ব্যৱহাৰ কৰি পঢ়াত সেইখিনি যাতে লগাব পাৰি।বহুতো ল'ৰা ছোৱালী ক দেখা যায় যে তেওঁলোকে টিউশন ল'ৱ নোৱাৰে যাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি ভালকৈ চলাব নোৱাৰে।সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে কৈ আছোঁ টিউশনতো যিবিলাক পঢ়া হ'ব সেইখিনিয়ে DMK ASSAM channel টোত upload দিয়া হ'ব।কেৱল তোমালোকে পঢ়ি যোৱা আৰু channel টো Subscribe কৰি ৰাখিবা। মই অসমীয়া মাধ্যম ত সকলো কিতাপ পঢ়াম । Subscribe to the channel DMK ASSAM .
🥰🥰🥰🥰🥰🥰