Rimpee Phukon Maina
Hello 😊
I'm Rimpee Phukon Maina , Welcome to My Channel
In My Channel you will find Life style Vlog
Travel
Recipes
Beauty tips and much more❤️
Thank you🙏
For Business enquiries Contact👇my business Gmail here Contact me
[email protected]
Channel Created 6 july 2020
উপায় আমাৰ হাতত থাকে বিচাৰি লোৱাহে কথা 😍
মা ঘৰলৈ অহাৰ সুখকণ কাৰো লহত তুলনা নহয় 😊 বেমাৰত পৰি মই বহুত দুৰ্বল হৈ গলোঁ
😢 video টো চালেই গম পাব কেনেকুৱা কি হৈ গল মোৰ লগত/বৰ কষ্টকৰ দিন কেইটামান পাৰ হৈ গল
Hospital ত admit হব লগা হলগৈ শেষত /🥹কেতিয়াবা কিছুমান কাৰণত নিজকে বহুত সময় দিব লগা হয়
নতুন ঘৰত দেউতাৰ হাতৰ শাক পাচলি খাব পালোঁ দেই😊
মা দেউতা ঘৰখনত সোমাই বহুত সুখী 🥹ইমান দিন ভাৰাঘৰত বৰ আমনি পাইছিল/এতিয়া মাথোঁ কাম অকণো rest নাই😊
কিয় যে ভগৱানে এনেকুৱা কৰিলে😢 গৃহ প্ৰৱেশৰ নিয়মৰ দিনাই বেয়া খবৰ আহিল/সকলোবোৰ আয়োজন এনেই গ'ল
এটা চিন্তাত পৰিছোঁ আজিকালিও যাদুমন্ত্ৰ কৰে কি যে ওলাইছে/নতুন ঘৰত সোমাবৰ বাবে সকলো ready হৈ গ'ল
নতুন আশা, নতুন ঠাই,এটি নতুন পৰিচয়♥️নতুন ঘৰলৈবস্তু ললো মানে সকলো নতুন 😍ভাড়াঘৰৰ পৰা বিদায় লব হ'ল
এইকেইদিন খাবলৈও সময় নাই🥹আমি নতুন ঘৰলৈ যাবলৈ সাজু packing start হৈ গ'ল দেই
Youtube য়ে মোক video upload কৰিব নোৱাৰা কৰিছিল । নতুন ঘৰখন আজি অলপ ভালকৈ দেখিব ❤️বহুদিনৰ পাছত আকৌ
হাঁহি থকাৰ মাজতে husband ৰ লগত কি যে ঘটনা ঘটিল 🥹
এটি অঘটন 🥹ঘৰখনলৈ যোৱাৰ আগতেই চুৰ সোমাল
বোৱাৰী হৈও জীয়ৰী দৰেই সময় কটাব পাই সুখী মই ভগৱান🙏Birthday Gifts Unboxing 😂
মা ঘৰৰ মানুহৰ লগত ফুৰিবলৈ ওলালোঁ 🦋দহজনে কি কব সেইবোৰ আওকাণ কৰক তেতিয়া দেখিব আপুনি সুখী🥹🧿
নিজৰ জন্মদিনটো বিশেষ কৰি তুলিবলৈ মইও বিচাৰিছিলো কিন্তু ভৱাতকৈ বেছি বিশেষ কৰি দিলে মোৰ পৰিয়ালে
মোৰ কপাল ভাল মইযে এনেকুৱা এটা family পালোঁ🥹সকলোৱে মিলি মোক বহুত সুখী কৰিলে
ভগৱানে সকলোকে বিচৰা বিলাক দিয়ে মাথোঁ সঠিক সময়ত 🙏 মা এতিয়া বহুত সুখী
🥹এগৰাকী বোৱাৰী হিচাপে মই মোৰ দায়িত্ব আৰু কতব্য পালন কৰি আছোঁ কিমান সফল হৈছোঁ নাজানো
মই যি কৰিছোঁ তাত লাজ ভয়ৰ কথা নাহে😊 আচলতে কিছুমান ক্ষেত্ৰত মহিলাই মহিলাৰ শত্ৰু দৰে লাগে
আমাৰ মৰমৰ Baby boy ❤️মোৰ কোলাত প্ৰথমবাৰলৈ আজি
Weight loss কৰিছো দেই কেনেকৈ exercise কৰোঁ😊/ Modular kitchen ৰ colour কেনেকুৱা দিম
সমস্যাৰ সমাধান উলিয়াই আমি জীৱন জীয়াই যাব লাগিব 😊
আমাৰ ঘৰটো Dibrugarh ৰ কোনখন Nurshing Home ৰ কাষত চাওক 😊/Anniversary ত পোৱা Gift বহুত বেছি ধুনীয়া
দৰকাৰী বস্তু আগবঢ়ালোঁ মোৰ income ৰ পৰা নামঘৰলৈ❤️/বুতুক কেতিয়াও অভাৱ পাবলৈ নিদিওঁ আমি🥹
আশীৰ্বাদ কৰিব 🙏আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যাতে আমি সোনকালেই পাৰোঁ আমিও সেইটো দিন সোনকালে বিচাৰোঁ🧿
আমাৰ নতুন ঘৰটো কোন ঠাইত আজি দেখাই দিছোঁ😊 দেউতাই Tution লোৱা start কৰিলে নতন ঠাইত
উপায় নাই বিয়া পাছত আমি মা ঘৰৰ আলহীহে🥹দুখ মনে সকলোৰে চকু সেমেকাই গুচি আহিলো
মিলিজুলি মৰমেৰে সম্পৰ্কবোৰ ধৰি ৰাখিম ❤️/মা ঘৰৰ সকলো বৰ মৰম আকলুৱা আলহী আহিব বুলি কি কি যে কৰিছে😍
কিবা এটা খুত পাবহে লাগে কি চাবা কিছুমানৰComment অযথা 😂ভালবোৰত কিয় নাহে🙏🏻মিছা বদনামত আমিও চকু নিদিওঁ