Eza MRC

Hellow friends 🙏
স্বাগতম Hoque MS Research Centre-ত!
এই Channel টো বিশেষকৈ Class 9 আৰু Class 10-ৰ শিক্ষাৰ্থীসকলৰ বাবে সাজি তোলা হৈছে, যাতে গণিতক সহজ ভাষাত বুজিব পৰা যায়।

🎯 আমাৰ লক্ষ্য:
গণিতক ভয় নকৰা, বুজি পঢ়া।
আমাৰ উদ্দেশ্য হৈছে সকলো শিক্ষাৰ্থীক সাহায্য কৰা যাতে তেওঁলোকে step-by-step বুজি নিজৰ exam-ত ভাল marks অৰ্জন কৰিব পাৰে।

📚 এই চেনেলত আপুনি পাব:

Class 9 আৰু 10 ৰ সকলো অধ্যায়ৰ বিস্তারিত ব্যাখ্যা

Important questions আৰু formulas

Simple tricks আৰু shortcut methods

Practice sets আৰু exam tips


🌟 কিয় সাবস্ক্ৰাইব কৰিব লাগে?
কাৰণ এই চেনেলটোত গণিতক boring নহয়, interesting আৰু সহজ কৰি দিয়া হৈছে।
প্ৰত্যেক video-ত আপুনি পাব এক নতুন চিন্তা আৰু বুজাৰ এক নতুন দিশ।

👉 Subscribe কৰক, support কৰক আৰু একেলগে আগবাঢ়ো —
“Mathematics for everyone, made simple in Assamese!”