Archana Baruah. Official.

নমস্কাৰ 🙏 সকলোকে মোৰ চেনেললৈ স্বাগতম 🙏 জনাইছো ।মোৰ ভাল লগা কিছুমান গীত আপোনালোকৰ মাজলৈ আগবঢ়াম।।।।। ভুল বোৰ দেখুৱাই দিব। শুদ্ধ ৰূপত গীত বোৰ গাবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব সকলোৱে 🙏